• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেঁচা নৰজিল! অৱশেষত গ্ৰেপ্তাৰ আৰক্ষী বিষয়াক আক্ৰমণ কৰা বিজেপি নেত্ৰী দীপাঞ্জলী কাকতি মৰাণক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 1:28 pm
DPK-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতাৰ ৰাগীত বলীয়ান হৈ আইন ৰক্ষক আৰক্ষীকে আক্ৰমণ কৰা বিজেপিৰ নেত্ৰী দীপাঞ্জলী কাকতি মৰাণক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।

কেন্দ্ৰীয় নিৰ্বাচন  আয়োগে অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত বলবৎ হৈছে নিৰ্বাচন বিধি।

Apply Now

এনে সময়তে দিছপুৰৰ হেঁচাৰ পৰা মুক্ত হৈ আৰক্ষীয়ে বিজেপি নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি এতিয়া বিভিন্ন মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে।

বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহকৰ সদস্যা দীপাঞ্জলী কাকতি মৰাণে বিগত বৰ্ষৰ নৱেম্বৰ মাহত তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব দাসক কৰ্তব্যৰত অৱস্থাতে প্ৰহাৰ কৰিছিল।

নিজকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ব্যক্তি বুলি জাহিৰ কৰি বিজেপি নেত্ৰী গৰাকীয়ে আৰক্ষী বিষয়া গৰাকীক নিলম্বিত কৰাৰ ভাবুকি দিছিল আৰু প্ৰহাৰ কৰিছিল।

কৰ্তব্যৰত আৰক্ষী বিষয়াক দলীয় প্ৰভাৱ খটুৱাই প্ৰহাৰ কৰাৰ কথাই ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বিজেপি নেত্ৰীগৰাকীয়ে প্ৰহাৰ কৰা আৰক্ষী বিষয়া অপূৰ্ব দাসে বিগত বৰ্ষৰ ৮ নৱেম্বৰতে দীপাঞ্জলী কাকতি মৰাণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও ৰহস্যজনক কাৰণত নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

অৱশেষত ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাত আৰক্ষীয়ে সকলো ‘হেঁচা’ৰ উৰ্দ্ধলৈ গৈ বিজেপি নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে তিনিচুকীয়াৰ বাসভৱনৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে বিজেপি নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে আৰক্ষীক প্ৰহাৰ কৰা দীপাঞ্জলী কাকতি মৰাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হোৱাৰ পিছতে বিজেপিয়ে তেওঁক দলৰ পৰা নিলম্বিত কৰিবলৈ বাধ্য হৈছিল।

এটা মাৰপিটৰ ঘটনাত বিজেপি নেত্ৰীগৰাকীৰ গাড়ী চালকজনক আটক কৰাৰ পিছতে নেত্ৰীগৰাকীয়ে কাকপথাৰ থানালৈ গৈ আৰক্ষীৰ সৈতে অভদ্ৰ ব্যৱহাৰ কৰিছিল।

কাকপথাৰত নৈৰাজ্যৰ সৃষ্টি কৰা নেত্ৰীগৰাকীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সৎ সাহস দেখুওৱাত বিভিন্ন জনে সন্তোষ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd