• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেইচবুক পোষ্টৰ বাবে মাৰ্ঘেৰিটাত বিজেপিৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

Laxman Sharma লক্ষ্মণ শৰ্মা
মাৰ্ঘেৰিটা , October 27, 2019 9:26 pm

2 min read

Pradyut-Bordoloi-press-conference-3-750x375

প্ৰদ্যুৎ বৰদলৈ। ফাইল ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ফেইচবুকত মানহানিকাৰক পোষ্ট দিয়াৰ অভিযোগত মাৰ্ঘেৰিটাৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে আজি এটা গোচৰ ৰুজু কৰিছে।

নেতাজনৰ নাম ৰূপম দেওধাই বৰুৱা আৰু তেওঁ মাৰ্ঘেৰিটাৰ বিধায়ক, প্ৰাক্তন আলফা নেতা ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ।

ৰূপমে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দিয়া পোষ্টটো দেখাৰ পিছত মাৰ্ঘেৰিটা কংগ্ৰেছ নেতা মনোৰঞ্জন বৰগোহাঁয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে দেওধাইৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ), ৫০০/৫০৬ ধাৰাত গোচৰ (306/19) ৰুজু কৰিছে।

অৱশ্যে এতিয়াও তেওঁক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰা নাই।

ৰূপম দেওধাই বৰুৱা এজন প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান তেওঁ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সংবাদ কোষৰ উপদেষ্টা।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটোৰ তদন্ত চলি আছে বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

তিনিচুকীয়া জিলা কংগ্ৰেছে বিজেপিৰ নেতাজনক অনতি পলমে গ্ৰেপ্তাৰৰ দাবী জনাইছে।

যোৱা কেইমাহ মান ধৰি তিনি চুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিজেপি নেতাসকলে, বিশেষকৈ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠসকলে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ভিতৰি সংঘাতত লিপ্ত হোৱা দেখা গৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অবৈধ কয়লা খনন আৰু কয়লা ছিণ্ডিকেটত বিধায়কজন আৰু তেওঁৰ ঘনিষ্ঠ জড়িত থকা বুলি অভিযোগ আনিছিল সাংসদ বৰদলৈয়ে। বৰদলৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd