• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমৰ বিজেপি বিধায়কৰ মন্তব্য; ভগৱান শ্ৰীকৃষ্ণৰ সুৰত বাঁহী বজালে গাই গৰুৱে বেছি গাখীৰ দিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2019 4:20 pm

2 min read

Dilip kumar paul image

দিলীপ কুমাৰ পল উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

‘‘ভগৱান শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাঁহীৰ মাত শুনিলে গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে’’এই মন্তব্য অসমৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ পলৰ।

বৰাক উপত্যকাৰ শিলচৰৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ পলে শনিবাৰে তেওঁৰ নিজৰ সমষ্টিত অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠানত ভাষণ দি এনেদৰে দাবী কৰে।

‘‘মই উপস্থিত ৰাইজক নৃত্য আৰু গীতৰ যোগাত্মক দিশ সম্পৰ্কে বুজাই কৈছো লগতে বৈজ্ঞানিকভাৱে কেনেদৰে শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাহীৰ মাত শুনিলে গৰুৱে বেছিকৈ গাখীৰ দিয়ে সেই সম্পৰ্কতো কৈছো’’-মঙলবাৰে পলে কয়।

যেতিয়া বিধায়ক গৰাকীক তেওঁ দাবী কৰা গৱেষণা সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল, বিধায়কগৰাকীয়ে গুজৰাটৰ এটা বেচৰকাৰী সংস্থাই কেইবছৰমান আগতে বাঁহীৰ সুৰ আৰু গাখীৰ উৎপাদন বৃদ্ধিৰ মাজত থকা সম্পৰ্কক প্ৰমাণ কৰিছিল বুলি উত্তৰ দিয়ে।

আনহাতে, বিদেশৰ গাই গৰুৱে দিয়া গাখীৰ শুদ্ধ বগা হোৱাৰ বিপৰীতে ভাৰতীয় গাই গৰুৱে দিয়া গাখীৰ ঈষৎ হালধীয়া হয় আৰু ই বেছি উপকাৰী আৰু সোৱাদযুক্ত হয় বুলি বিধায়কগৰাকীয়ে কোৱাৰ লগতে ভাৰতীয় গাই গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘি, মাখন আদি বিদেশৰ গাই গৰুৰ তুলনাত অধিক সোৱাদযুক্ত হয় বুলিও মন্তব্য কৰে।

তদুপৰি, বিধায়ক পলে অসম, মেঘালয়, পশ্চিম বংগ আৰু ত্ৰিপুৰা সীমান্তৰে ভাৰতৰ পৰা বাংলাদেশলৈ চলি থকা অবৈধ গৰুৰ চালান সম্পৰ্কতো উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে ইয়াৰ সমাধান হোৱাটো বিচাৰে।

‘‘আমি গৰুক গো-মাতা বুলি কওঁ কিন্তু প্ৰতিবছৰে বাংলাদেশলৈ হাজাৰ হাজাৰ গৰু সৰবৰাহ কৰা হয় গতিকে এই কাৰ্য্য বন্ধ হ’ব লাগে’’-বিধায়কগৰাকীয়ে কয়।

যদিও কৃষ্ণৰ বাঁহীৰ সুৰত বাঁহী বজালে গাই গৰুই বেছি গাখীৰ দিয়া বিষয়টো বিতৰ্কিত কিন্তু লিচেষ্টাৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী মনঃস্তাত্তিকে ২০০১ চনত গাই গৰুৱে মৃদু সংগীত শুনিলে ৩ শতাংশ অধিক গাখীৰ দিয়ে বুলি প্ৰমাণ কৰি দেখুৱাইছিল।

গৱেষক দুগৰাকীয়ে কৰা পৰীক্ষাত ৰেমৰ ‘এভৰি দ্যে হাৰ্টছ’ আৰু চিমন আৰু গাৰফুংকেলছৰ ‘ব্ৰীজ অভাৰ ট্ৰাব’ল ৱাটাৰ’ গীত দুটা গাই গৰুক গাখীৰ দিয়াৰ বাবে উপযোগী হিচাপে বিৱেচিত হৈছিল আনহাতে ওৱাই টু ই য়ুৰো ক্লাৱ ক্লাছিক যেনে মাউচি টি বনাম হট এণ্ড জুইচিছ হৰ্নিয়ে ভাল ফলাফল দিয়াত ব্যাৰ্থ হৈছিল।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd