• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰ-কাণ্ডত দেশ দুশ্চিন্তাত থকাৰ সময়তে ‘‘ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 18, 2019 2:13 pm
Baharat ki baat

আজি অসম লোকসভা আয়োগৰ কাৰ্য্যালয়ৰ সন্মুখত "ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে" কাৰ্য্যসূচীৰ শুভাৰণি কৰিলে অসম বিজেপিয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰ-কাণ্ডই গোটেই দেশকে উদ্বিগ্ন আৰু শোকদগ্ধ কৰি থকাৰ মাজতে আজি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত “ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” (ভাৰত কী মন কী বাত নৰেন্দ্ৰ মোদী কে চাথ) শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি কৰে।

যোৱা ৩ ফেব্ৰুৱাৰিত ভাৰতীয় জনতা পাৰ্টীয়ে আনুষ্ঠানিকভাৱে এই প্ৰচাৰ অভিযান ৰ শুভাৰম্ভণি কৰিছিল। অসমত আজি ৫খনকৈ গাড়ী মুকলি কৰি অসম লোকসভা আয়োগৰ কাৰ্য্যালয়ৰ সন্মুখত কাৰ্য্যসূচীটোৰ শুভাৰম্ভণি কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

অসমৰ আটাইকেইখন জিলা ভ্ৰমণ কৰি এই গাড়ীকেইখনেৰে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ কৰা হ’ব। উজনি, নামনি, বৰাক উপত্যকাকে ধৰি প্ৰতিটো সমষ্টিলৈ যাব বাহনকেইখন।

এই প্ৰচাৰ কাৰ্য্যসূচীত ৰাইজৰ মনৰ কথাসমূহ সন্নিৱিষ্ট কৰি সেইবোৰৰ নিৰ্বাচিত কিছুমান লোকসভা নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে দলটোৱে।

অনুষ্ঠানটোত উপষ্টিত আছিল দলটোৰ অসমৰ নিৰ্বাচনী প্ৰভাৰী মহেন্দ্ৰ সিং, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিধায়ক ড০ নোমল মমিন, ফণীন্দ্ৰ নাথ শৰ্মা।

অসম বিজেপিয়ে জোনোৱা মতে, জনসাধাৰণৰ মনত থকা ভাববোৰ প্ৰকাশ কৰাৰ সুযোগ দিয়াৰ বাবে এই ব্যবস্থা গ্ৰহণ কৰা হৈছে। মনৰ কথা ক’বলৈ ভোটাৰে নামো app অথবা 6357171717 নম্বৰো ব্যৱহাৰ কৰিব পাৰে বুলি জনালে।

উল্লেখযোগ্য যে কাশ্মীৰ কাণ্ডৰ পিছ দিনাই কংগ্ৰেছৰ বহু কেইজন প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে আগন্তুক লোকসভাৰ বাবে টিকট বিচাৰি আৱেদন দিছিলহি গুৱাহাটীৰ ৰাজীৱ ভৱনত। একেদৰে মোদী, অমিত শ্বাহেও বাদ দিয়া নাই তেওঁলোকৰ ৰাজনৈতিক সভা-সমিতি।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd