• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেলজিয়ামৰ পৰা তেজপুৰত থকা জন্মদাত্ৰীৰ পৰিচয় বিচাৰি য়ু টিউবত আকুল আহ্বান যুৱতীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 2:25 pm
Rajini

মাকৰ সন্ধানত থকা অসমৰ জীয়ৰী ৰজিনী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্মৰ পিছতেই, দুচকুৰে নিজৰ জন্মদাত্ৰীক চিনিব পৰা নৌহওঁতেই বিচ্ছিন্ন হৈ সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ গুচি যাব লগীয়া হোৱা তেজপুৰৰ এগৰাকী ৩৫ বছৰীয়া যুৱতীয়ে য়ু টিউবত দিয়া আকুল আহ্বানে সকলোৰে হৃদয় চুই গৈছে।

Rajini missing herself নামেৰে যোৱা ৯ ডিচেম্বৰত আপল’ড দিয়া এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰিছে।

Apply Now

ৰজিনী নামৰ এই যুৱতীগৰাকীয়ে জনোৱা মতে, তেওঁৰ জন্ম হৈছে ১৯৮৩ চনৰ ২৪ ফেব্ৰৱাৰিত। যদিও তেওঁক সঠিককৈ নাজানে, তেওঁৰ জন্মৰ স্থান তেজপুৰেই হ’ব পাৰে বুলি বিভিন্ন তথ্যৰ ভিত্তিত তেওঁ এক অনুমান দাঙি ধৰিছে।

“মই বৰ আকুলভাৱে মোৰ মাৰ পৰিচয় আৰু অন্যান আত্মীয়সকলক বিচাৰি ফুৰিছো।” ৰজিনীয়ে কয়।

নিজৰ জন্মৰ স্থান সম্পৰ্কীয় ধাৰণা দাঙি ধৰি তেওঁ কয়, “শোণিতপুৰ জিলাৰ তেজপুৰ অথবা তেজপুৰৰ ওচৰৰে কোনোবা এঠাইত মোৰ জন্ম হৈছিল।”

আনহাতে মাকৰ নাম ৰেবিয়া আৰু তেওঁ মুচলমান সম্প্ৰদায়ৰ আছিল বুলিও জানিবলৈ দিয়ে ৰজিনীয়ে। অৱশ্যে তেওঁ নিজৰ মাকৰ উপাধি নাজানে বুলি কয়। “মোৰ জন্মৰ সময়ত তেওঁ ৩৫ বছৰীয়া আছিল। গতিকে এতিয়া প্ৰায় ৭০ বছৰ বয়স হ’ব পাৰে।” ৰজিনীয়ে কয়।

ৰজিনীয়ে তেওঁৰ ফেইচবুকৰ টাইমলাইনত লিখে যে তেওঁৰ জন্মৰ চাৰি দিনৰ কোনোবাই তেওঁক কিনি সেই সময়ত তেজপুৰত থকা মিছনেৰিসকলৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰমলৈ লৈ আনিছিল। এই অনাথ আশ্ৰমটোক মাডাৰ টেৰেছা অনাথ আশ্ৰম বুলি জনা গৈছিল। তাত এবছৰ কটোৱাৰ পিছত তেওঁক কলকাতাৰ শিশু ভৱনলৈ লৈ যোৱা হয়। তাৰ পিছত ২বছৰ বয়সত তেওঁক বেলজিয়ামৰ এটা দম্পতীয়ে তুলি লয় আৰু যোৱা ৩৩ বছৰ তেওঁ বেলজিয়ামতে বাস কৰিছে।

“মোৰ মায়েই মোক স্বেচ্ছাই ত্যাগ কৰিছিল নে নাই মই সেইটো নিশ্চিত নহয়। আৰু “মই যে জীয়াই আছো সেইটো তেওঁ জানে বুলিও মই নাভাবো।” ৰজিনীয়ে কয়।

আনহাতে ৰজিনীৰ মতে, তেওঁক তুলি লোৱা মাক-দেউতাকেও তেওঁক এজনী অনাথ ছোৱালী বুলিহে ভাবে।

তেওঁ যোৱা দুটা বছৰ ধৰি অনাথ আশ্ৰয়গৃহটো আৰু এইটো চলোৱা কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰি আহিছে বুলি জানিবলৈ দিয়ে ৰজিনীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd