• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধান সভাত দাখিলৰ পূৰ্বে চৰকাৰী ৱেবচাইটত ভাইৰেল বাজেট; বিনামূলীয়া বিজুলী আৰু কি কি আছে এই বাজেটত!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2020 12:39 pm

2 min read

Assam Budget

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

43.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া অসম বিধান সভাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বিত্তীয় বাজেট উত্থাপন কৰিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ২ বজাত বিধান সভাৰ মজিয়াত বাজেট উত্থাপন কৰাৰ কথা যদিও চৰকাৰী ৱেবচাইটত বাজেটখন বিধান সভাত উত্থাপন কৰাৰ পূৰ্বেই প্ৰকাশ পাইছে বুলি ঈশান নিউজ নামৰ ডিজিটেল সংবাদ মাধ্যমটোত বাতৰি প্ৰকাশ হৈছে।

চৰকাৰী ৱেবচাইটত ভাইৰেল হৈ পৰা বাজেটখনত তলত দিয়া দিশ সমূহ উল্লেখ আছে বুলি সংবাদ মাধ্যমটোৱে প্ৰকাশ কৰিছে-

  • ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত মুঠ ১,০৫,২৪৬.২৩ কোটি টকা ধাৰ্য্য কৰা হৈছে।
  • এই বাজেটত ৯১,৯৩০.৮০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ৰাজ্যৰ ৩৮ লাখ ঘৰুৱা বিদ্যু উপভোক্তালৈ চৰকাৰী সাহায্যৰ বিদ্যুত যোগান ধৰা হ’ব, যাৰবাবে বাজেটত ১৫ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।
  • ৰাজ্যত ৩০ য়ুনিটলৈ বিনামূলীয়া বিদ্যুত সেৱা আগবঢ়োৱা হ’ব।
  • বাজেটত ৫৫,০০০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰ কথাও উল্লেখ আছে।
  • বাজেটত মহিলা, শিশু আৰু দিবাংগ সকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • ২০২০-২১ বৰ্ষত বিনামূলীয়া চাউল যোগানৰ বাবে ৮৭২ কোটি টকাৰ আবন্টন দিয়া হৈছে।
  • চাহ বাগিছা অঞ্চলত ১০২ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব।
  • অৰুন্ধতী স্বৰ্ণ যোজনাত ৪০,০০০ টকা বৃদ্ধি কৰা হৈছে।
  • আইদেউ সন্দিকৈ মহিলা পুৰস্কাৰৰ প্ৰস্তাৱ।

অৱশ্যে বাজেটখন দাখিলৰ পূৰ্বে প্ৰকাশ হোৱা চৰকাৰী ৱেবচাইটটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd