• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেবিনেট বৈঠক : চৰকাৰী কৰ্মচাৰীৰ টাইমস্কেল পদোন্নতি; CEMৰ দৰমহা ১৬ৰ পৰা ৪৫ হাজাৰ টকালৈ বৃদ্ধি

চৰকাৰী কৰ্মচাৰীয়ে পাব টাইমস্কেল পদোন্নতি; ৰাজ্যৰ বাহিৰত চহিদ হোৱা জোৱানৰ আত্মীয়লৈ ২০ লাখ টকা

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , June 3, 2019 6:29 pm

1 min read

Sonowal-Cabinet-1140x570

প্ৰতিনিধিত্বমূলক ফটো। টুইটাৰৰ সৌজন্যত

2.6k
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়াত ইতিপূৰ্বে প্ৰযোজ্য কৰা দুটা-সন্তান নীতিক গাঁওবুঢ়াৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাকে ধৰি আজি অনুষ্ঠিত এক কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

বৈঠকত গাওঁবুঢ়াৰ নিযুক্তিৰ বয়স পূৰ্বৰ ৩৫ বছৰৰ পৰা ২৫ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত আৰু দুটাকৈ অধিক সন্তান থকা লোকক এই পদ নিদিয়াৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰি স্বায়ত্তশাসিত পৰিষদবোৰৰ মুখ্য কাৰ্য্যবাহীৰ দৰমহা পূৰ্বৰ ১৬ হাজাৰ টকাৰ পৰা ৪৫ হাজাৰ টকা কৰা, কাৰ্য্যবাহী সদস্যসকলৰ দৰমহা পূৰ্বৰ ৫ হাজাৰ টকাৰ ঠাইত ২৫ হাজাৰ টকা কৰাৰ সিদ্ধান্ত লোৱা হয়।

চৰকাৰী কৰ্মচাৰীৰ বাবেও সুখবৰ কঢ়িয়াই আনে আজিৰ কেবিনেট বৈঠকে। সিদ্ধান্ত মতে, চৰকাৰী কৰ্মচাৰীসকলে টাইম স্কেলযোগে নিৰ্দিষ্ট সময়ত পদোন্নতি পাব৷

অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল-

ৰাজ্যৰ বাহিৰত কৰ্মৰত অৱস্থাত চহিদ হোৱা জোৱানৰ নিকটতম আত্মীয়লৈ ৰাজ্য চৰকাৰে ২০ লাখ টকাৰ অনুদান আগ বঢ়াব।

সত্ৰৰ ভূমি অবৈধ দখলৰ মুক্ত কৰিবলৈ ভূমি নীতি সংশোধনৰ সিদ্ধান্ত।

মানব সৰবহৰাহ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱাৰ লগতে নিযুক্তি প্ৰদান কৰা প্লেচমেণ্ট এজেন্সিবোৰক নিৰীক্ষণত ৰখাৰ সিদ্ধান্ত।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd