• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে অধিক হাৰত বটলিঙৰ ব্যৱস্থা কৰিবলৈ ভাৰতীয় তেল নিগমক মুখ্য মন্ত্ৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2020 9:13 pm
Chief Minister Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণে যাতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিত ভুগিব নালাগে সেয়া নিশ্চিত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় তেল নিগমৰ শীৰ্ষ বিষয়াসকলক আহ্বান জনায়।

ৰাইজৰ চাহিদা পূৰোৱাৰ স্বাৰ্থত ল’কডাউনৰ সময়ছোৱাত স্বাভাৱিক হাৰতকৈ অধিক পৰিমাণৰ চিলিণ্ডাৰ বটলিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিগমক আহ্বান জনায়।

Apply Now

আজি কামৰূপ জিলাৰ মিৰ্জাৰ সৰপাৰাস্থিত ভাৰতীয় তেল নিগমৰ ইণ্ডেন বটলিং প্লাণ্ট পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিগমৰ বিষয়াসকলক এই আহ্বান জনায়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, সমাজৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণেও যাতে সহজে চিলিণ্ডাৰ লাভ কৰিব পাৰে তাৰ সুনিশ্চিত ব্যৱস্থা এটি গঢ়ি তুলিব লাগিব।

প্ৰধান মন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত যিসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিছে তেওঁলোকে যাতে কোনো অসুবিধা ভোগ কৰিব নালাগে তাক সুনিশ্চিত কৰিব লাগিব বুলি সোণোৱালে উল্লেখ কৰি ৰন্ধন গেছৰ বিতৰণ প্ৰক্ৰিয়াটো এই লকডাউনৰ সময়ছোৱাত যাতে কোনোধৰণে ব্যাহত নহয় সেই দিশতো বিশেষ দৃষ্টি ৰাখিব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশত ৰন্ধন গেছৰ যাতে কোনো নাটনি নহয়, সেই দিশত গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি পৰিবহন আৰু বিতৰণৰ দিশত আগবঢ়োৱা সূচল ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেল আৰু কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানক ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ এই পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে বটলিং প্লাণ্টত কৰ্মৰত তৃণামূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি ল’কডাউনৰ সময়ছোৱাত জনসাধাৰণৰ ৰন্ধন গেছৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰাৰ বাবে অতিৰিক্ত সময় নিষ্ঠাৰে কাম কৰা প্লাণ্টৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় তেল নিগমে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা ৬ টা ইণ্ডেন বটলিং প্লাণ্টত স্বাভাৱিক সময়ত দৈনিক ১,৬৩,০০০ টা চিলিণ্ডাৰ বটলিং কৰিছিল যদিও বৰ্তমান এই ক্ষমতা ১,৭০,১১২ টালৈ বৃদ্ধি কৰিছে।

একেদৰে সৰপাৰাস্থিত বটলিং প্লাণ্টতো বটলিং কৰা চিলিণ্ডাৰৰ পৰিমাণ দৈনিক ১৪,০৮৫ ৰ পৰা ১৬,৯১০ টালৈ বৃদ্ধি কৰিছে।

ৰাইজৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে প্লাণ্টৰ কৰ্মচাৰীসকলে তিনিটা ক্ষেপত সেৱা আগবঢ়াই আছে বুলিও নিগমৰ বিষয়ববীয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd