• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত কেতিয়াকৈ খুলিব চিনেমা হল? কি ক’লে হল মালিক সন্থাই?, জানিবলৈ পঢ়ক

by
October 19, 2020 7:58 pm
2020_9largeimg_956740315
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অহা ১৩ নৱেম্বৰলৈকে চিনেমা হল খোলাৰ কোনো সম্ভাৱনা নাই। এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিছে চিনেমা হল মালিক সন্থাই।

সোমবাৰে চিনেমা হল মালিক সন্থাই কয় যে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা ষ্টেণ্ডাৰ্ড অ’পাৰিটং প্ৰচিডিউৰ(SoPs)ৰ সূচী অসম চৰকাৰে বলৱৎ কৰাৰ পিছতহে ৰাজ্যত চিনেমা হল পুনৰ খোলা হ’ব।

Apply Now

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে SoPsৰ নিৰ্দেশনাৱলী মানি ১৫ অক্টোবৰৰ পৰা দেশত চিনেমা হলসমূহ পুনৰ খুলিব পাৰিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত যোৱা ১৫ অক্টোবৰৰ পৰা SoPsৰ নিৰ্দেশনাৱলী মানি চিনেমা হলসমূহ পুনৰ খোলা হৈছে যদিও অসমত এতিয়াও চৰকাৰে চিনেমা হল পুনৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰা নাই।

আনহাতে আজি সংবাদ মেলত সন্থাই কেন্দ্ৰীয় চৰকাৰে জাৰি গাইডলাইন সমূহ সংবাদ মাধ্যমৰ লোকৰ আগত প্ৰকাশ কৰিছে সংস্থাই। গাইডলাইনসমূহ হৈছে—

আসন ব্যৱ্স্থাপনা আৰু টিকট বুকিং—

  •  থিয়েটাৰত প্ৰৱেশ কৰাৰ সময়ত উষ্ণতা স্ক্ৰীণিং আৰু চেনিটাইজড্ কৰাতো বাধ্যতামূলক কৰিব লাগিব।
  •  শাৰীৰিক দূৰত্ব ৰক্ষা হোৱাকৈ গোলাকাৰ চিহ্ন তৈয়াৰ কৰিব লাগিব।

 

  • ক’ৰ’ণা ভাইৰাছৰ লক্ষণযুক্ত কোনো লোকক থিয়েটাৰত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব।
  •  এখন স্ক্ৰীণ থকা চিনেমা হলত দুটা শ্ব’ৰ মাজত পৰ্যাপ্ত সময় ৰাখিব লাগিব কৰ্তৃপক্ষই।

 

  •  সৰ্বোচ্চ ৫০% শতাংশ দৰ্শকেৰেহে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব।
  •  অনলাইন বা উইণ্ডু বুকিঙৰ সময়ত খালী থাকিব লগীয়া আসনসূমহ চিহ্নিত কৰিব লাগিব কৰ্তৃপক্ষই।

 

  • থিয়েটাৰৰ ভিতৰত এনে আসনসমূহ ৰঙা চিনেৰে চিহ্নিত কৰিব লাগিব।
  • কেৱল আগতীয়া আৰু অনলাইন বুকিঙৰ দ্বাৰাহে টিকট বিক্ৰী কৰিব পাৰিব।

 

  • উইণ্ড’ টিকট কটাৰ সময়ত দৰ্শক আৰু টিকট কাউন্টাৰ কৰ্মচাৰীৰ হাতত স্পৰ্শ ঘটিব নোৱাৰিব।
  • টিকট বুকিঙৰ সময়ত সংশ্লিষ্ট দৰ্শকজনে মোবাইল নম্বৰ দিয়াটো বাধ্যতামূলক হ’ব।

 

সাধাৰণ প্ৰট’কল—

  • থিয়েটাৰৰ বাহিৰত আৰু ৱেটিং ৰুমত দৰ্শকসকলে অন্ততঃ ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব।
  • সকলো সময়তে দৰ্শকে মাস্ক পৰিধান কৰি থাকিব লাগিব। চাবোনেৰে হাত ধোৱা আৰু চেনিটাইজড্ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গণ্য কৰা হ’ব।

 

  • দৰ্শকে কাঁহোতে টিচু পেপাৰ অথবা ৰুমাল ব্যৱহাৰ কৰাৰ লগতে মুখখন হাতেৰে ঢাকি ধৰিব লাগিব।
  • ৰাজহুৱা স্থানত পিক পেলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
  • সকলোকে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

স্মৰ্তব্য যো ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত ২২ মাৰ্চৰ পৰা বলৱৎ কৰা লকডাউনৰ  সময়ৰ পৰাই দেশৰ চিনেমা হলসমূহ বন্ধ হৈ আছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd