• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেহা সিং আৰু ড০ মেডুছাক হাৰাশাস্তি নকৰাৰ অহ্বান অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 11:14 am
295
VIEWS
Share on FacebookShare on Twitter

পেহেলগামত ঘটা সন্ত্ৰাসবাদী আক্ৰমণক দেশৰ ভিতৰে, বাহিৰে সকলোৱে গৰিহণা দিছে। কাশ্মীৰ উপত্যকাৰ লোকসকলেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দোকান-পোহাৰ আৰু ব‍্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেইবাদিনলৈকে বন্ধ কৰি ৰাখিছিল। কিন্তু প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াৰ পিছত মানুহে আক্ৰমণৰ সময়ত হোৱা নিৰাপত্তাজনিত ত্ৰুটিৰ সন্দৰ্ভতো কিছুমান প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

এই কথা ইতিমধ্যে পোহৰলৈ আহিছে যে সেই দুৰ্ভগীয়া দিনটোত পেহেলগামত প্ৰায় ২০০০ পৰ্যটক গোট খাইছিল অথচ তাত এজনো নিৰাপত্তাৰক্ষী নাছিল। আক্ৰমণৰ পাছত নিৰাপত্তাৰক্ষী কেইবা ঘণ্টাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হৈছিল। পিছত সৰ্বদলীয় বৈঠকৰ সময়ত চৰকাৰেও স্বীকাৰ কৰে যে পেহেলগাম কাণ্ডত নিৰাপত্তাৰ কিছু ত্ৰুটি ৰৈ গৈছিল। এই প্ৰশ্ন  আন বহুতৰ দৰে উত্তৰপ্ৰদেশৰ লোকশিল্পী নেহা সিং ৰাথোৰ আৰু সামাজিক মাধ্যমৰ প্ৰভাৱশালী লেখিকা ড০ মেডুছাইও উত্থাপন কৰিছিল। কিন্তু কেৱল এই বিষয়বোৰ উত্থাপন কৰাৰ বাবেই দুয়োৰে লগতে আন বহুজনৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ১৯ ​​নং অনুচ্ছেদ অনুসৰি প্ৰতিজন নাগৰিকে কিছুমান মৌলিক অধিকাৰ ভোগ কৰে আৰু সেই অধিকাৰবোৰৰ ভিতৰত মত প্ৰকাশৰ স্বাধীনতা অন্যতম। উচ্চতম ন্যায়ালয়েও বাৰে বাৰে কৈছে যে  চৰকাৰী সিদ্ধান্তৰ সমালোচনা কৰাটো নাগৰিকৰ ব্যক্তিগত অধিকাৰৰ ভিতৰত পৰে আৰু ইয়াৰ বাবে কাকো শাস্তি বিহা উচিত নহয়। অসম নাগৰিক সমাজে মত প্ৰকাশৰ স্বাধীনতাৰ এনেধৰণৰ উলংঘনত উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ এই এই দমনমূলক নীতিৰ প্ৰতিবাদ কৰিবলৈ সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাইছে। সাধাৰণ মানুহক নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে হাৰাশাস্তি কৰাৰ পৰিৱৰ্তে চৰকাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  কঠোৰ হোৱাটো পোষকতা কৰিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd