• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তাৰকা বক্সাৰ যমুনা আৰু লাভলিনাক মুখ্য মন্ত্ৰীৰ সম্বৰ্দ্ধনা; ২০ লাখ টকাৰ চেক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 22, 2019 9:48 pm

1 min read

তাৰকা বক্সাৰ যমুনা আৰু লাভলিনাক মুখ্য মন্ত্ৰীৰ সম্বৰ্দ্ধনা; ২০ লাখ টকাৰ চেক
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত যমুনা বড়ো আৰু লাভলিনা বৰগোঁহাইক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে দুয়োগৰাকী বক্সাৰক ২০ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।

এই উপলক্ষে আসাম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ সহযোগত স্পৰ্ষ্ট অথ’ৰিটি অৱ আসামে আয়োজন কৰা সভাত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে দুয়োগৰাকী খেলুৱৈৰ সফলতাই অসমবাসীক গৌৰৱান্বিত কৰিছে।

লগতে পঢ়ক : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা,যমুনাক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি

সম্বৰ্দ্ধনা অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, আসাম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ সভাপতি কালীকান্ত বড়ো, ক্ৰীড়া বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া, খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত আছিল।

ইয়াৰ পূৰ্বে অসমৰ এই দুই তাৰকা বক্সাৰক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ক্ৰীড়া প্ৰেমীসকলে বেনাৰ পোষ্টাৰ লৈ উষ্ম আদৰণি জনায়।

Recent News

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd