• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ সৈতে ফট’ উঠিবলৈ সময়ৰ অভাৱ নাই অসমৰ মুখ্য মন্ত্ৰীৰ!

নাগৰিকত্ব বিধেয়কৰ পৰা আৰম্ভ কৰি বানপানী, এন আৰ চি উন্নীতকৰণলৈকে এশ এবুৰি সমস্যাই অসমক জুমুৰি দি থকাৰ সময়ত আশ্চৰ্য্যজনকভাৱে ফট’ উঠিবলৈ সময়ৰ অভাৱ হোৱা নাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ! আৰু এইবাৰ সোণোৱালে ফট’ উঠিব খুজিছে সাংবাদিকৰ সৈতে!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 8:33 pm
Chief Minister Sarbananda Sonowal delivered appointment letters to newly recruited constable (Armed Branch) of Assam Police organised by Home Department and Assam Police at Veterinary college field, Khanapara in Guwahati on 24-08-18. Pix By UB photos

নিযুক্তি পত্ৰ বিতৰণৰ এক অনুষ্ঠানত মুখ্য মন্ত্ৰী। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ পৰা আৰম্ভ কৰি বানপানী, এন আৰ চি উন্নীতকৰণলৈকে এশ এবুৰি সমস্যাই অসমক জুমুৰি দি থকাৰ সময়ত আশ্চৰ্য্যজনকভাৱে ফট’ উঠিবলৈ সময়ৰ অভাৱ হোৱা নাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ! আৰু এইবাৰ সোণোৱালে ফট’ উঠিব খুজিছে সাংবাদিকৰ সৈতে।

সকলোকে আচৰিত কৰি বিভাগীয় অনুষ্ঠানযোগে বুধবাৰে সাংবাদিকক প্ৰে’ছ স্বীকৃতি পত্ৰ বিলাবলৈ ওলাইছে মুখ্য মন্ত্ৰী সোণোৱাল। সাংবাদিকক স্বীকৃতি পত্ৰ দিয়াটো চিৰাচৰিতভাৱে এক কেৰাণীৰ কাম আৰু ভাৰতৰ সকলো ৰাজ্যৰ তথ্য আৰু জনসম্পৰ্ক বিভাগসমূহৰ ই এক নৈমিত্তিক কাম।

Apply Now

সাংবাদিকক স্বীকৃতি পত্ৰ দিয়াত মুখ্য মন্ত্ৰীক হাজিৰ কৰাটো- তথ্য আৰু জন সম্পৰ্ক বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাকে ধৰি মুখ্য মন্ত্ৰীৰ আন উপদেষ্টাসকলৰ- মূঢ়তাৰ বাহিৰে আন একো নহয়।

সাংবাদিকক মুখ্য মন্ত্ৰীৰদ্বাৰা পৰিচয় পত্ৰ প্ৰদানৰ কাইলৈৰ দৰে অনুষ্ঠান বছৰত এইটো দ্বিতীয়টো। এই বছৰৰ ১৩ এপ্ৰিলত তেওঁ প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ লোকক কাৰ্ড বিতৰণ কৰিছিল।

যোৱা কিছু বছৰত অসম কাৰ্য্যতঃ পৰিণত হৈছে উৎসৱ স্থলীত— সেয়া নিযুক্তি পত্ৰ বিতৰণৰে হওক বা ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু স্কুটাৰ বিতৰণ বা স্বাস্থ্য কাৰ্ড বিতৰণৰে হওক। লাইমলাইটলৈ অহাৰ বাবে এইবোৰ ফেশ্বন হৈ পৰিছে মুখ্য মন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলৰ বাবে।

বিজেপি নেতৃত্বাধীন চৰকাৰখন ২০১৬ চনত শাসনলৈ আহোতে অসমৰ প্ৰত্যেকজন লোকে ভাবিছিল যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘গে’ম চে’ঞ্জাৰ’ৰ সক্ৰিয় ভূমিকা ল’ব আৰু ৰাজ্যখনলৈ আনিব বৃহৎ উন্নয়ন।

সোণোৱাল ব্যস্ত মানুহ, অসমক উৎপাদনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা আৰু দক্ষিণ আৰু দক্ষিণ-পূব এছীয় অৰ্থনীতিৰ মাজৰ সাঁকোৰূপে গঢ়ি তোলাৰ দায়িত্ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ওপৰত ন্যস্ত কৰিছে। তেঁৱেই আয়োজন কৰিছিল অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ বিনিয়োগ সন্মিলন—এডভাণ্টেজ আছামৰো, আৰু বিনিয়োগ আকৰ্ষণৰ বাবে ভ্ৰমণ কৰিছিল দক্ষিণ-পূব এছীয় দেশসমূহ।

সোণোৱালৰ ওপৰত ন্যস্ত এই হাৰক্যুলিয়ান বোজাৰ কথা মুখ্য মন্ত্ৰীৰ উপদেষ্টাসকলৰ বোধগম্য নহয় কিয়, সেইটো আশ্চৰ্য্যজনক। স্থানীয় দৈনিক কাকতকেইখনৰ মুখ্য পৃষ্ঠাত কেইখনমান ফট’, আৰু স্থানীয় টিভি চেনেলকেইটাত কেই ছেকেণ্ডমানৰ ক্লিপ একোটাৰ বাবে তেওঁলোকে সোণোৱালৰ মূল্যৱান সময় অথলে নিয়াইছে কিয়!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd