• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুৰোধ : কি এই বিশেষ অনুৰোধ?

অপহৃত ৰিতুল শইকীয়াৰ তিতাবৰস্থিত বাসগৃহ উপস্থিত হৈ পিতৃ-মাতৃৰ স্বাস্থ্য বুজ ল'লে মুখ্যমন্ত্ৰী শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 2:47 pm
CM Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা(স্বা)নে অপহৰণ কৰি নিয়া অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰস্থিত ঘৰত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অপহৃত কৰ্মচাৰীগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদ্স্যসকলৰ স্বাস্থ্যৰ বুজ লয়।

পুৱা ভাগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লোকসভাৰ সাংসদ তপন গগৈৰ সৈতে অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহ উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই বৃদ্ধ পিতৃ-মাতৃক তেওঁলোকৰ পুত্ৰ এতিয়াও সুস্থ অৱস্থাৰে ম্যানমাৰৰ আলফা(স্বা) শিবিৰতে আছে বুলি জনাইছে। এই কথা ৰাতুল শইকীয়াৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

Apply Now

ইফালে ৰিতুল শইকীয়াৰ বৃদ্ধা মাতৃয়ে পুত্ৰক নিজ বুকুলৈ ওভতাই আনিবলৈ মুখ্যমন্ত্ৰী অনুৰোধ জনোৱা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে অপহৃত ৰিতুল শইকীয়াক চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰি সুস্থ শৰীৰে উদ্ধাৰ কৰা হ’ব বুলিও বৃদ্ধ পিতৃ-মাতৃৰ লগতে পত্নীক আশ্বাস প্ৰদান কৰে।

ৰিতুল শইকীয়াৰ বাসগৃহৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত আলফা(স্বা)ৰ সেনা প্ৰধান পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈও অনুৰোধ জনায়।

“৮৫ চনৰ পৰা খেলি অহা এই যুদ্ধখনে আজিলৈকে কোনো সমস্যাৰ সমাধান আনি দিব পৰা নাই। বহু তেজাল ডেকাই জীৱন দান কৰিলে, বহু পিতৃ-মাতৃ সন্তানহাৰা হ’ল, পত্নীৰ শিৰৰ সেন্দুৰ মচা গ’ল; যোৱা তিনিটা দশকত অসমৰ বহু লোক জ্ঞাত-অজ্ঞাতভাৱে তেওঁলোকৰ দ্বাৰা নিহত হৈছে।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

আলফা(স্বা)ৰ তিনিমহীয়া যুদ্ধ বিৰতিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই ভাবো সংযুক্ত মুক্তি বাহিনীয়ে আলোচনাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰক, মই পৰেশ বৰুৱা ডাঙৰীয়ালৈ অনুৰোধ কৰিছো আপুনি আলোচনালৈ আহক, অসমৰ মানুহে আলোচনা বিচাৰিছে।”

কোভিড পৰিস্থিতি তথা নতুন চৰকাৰক কাম কৰিবলৈ সুযোগ দি তিনিমাহৰ বাবে আলফা(স্বা)এ কৰা যুদ্ধ বিৰতি ঘোষণাক স্বাগতম জনালেও মুখ্যমন্ত্ৰী শৰ্মাই এই যুদ্ধবিৰতিত কোনো গ্ৰাউণ্ড ৰোল নাই বুলি মন্তব্য কৰি চৰকাৰে আলফা(স্বা)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে যুদ্ধ বিৰতিৰ গ্ৰাউণ্ড ৰোল নিৰ্মাণ কৰি দুয়োপক্ষই আলোচনাৰ দিশে আৰু আগুৱাই যোৱাৰ পোষকতাও কৰে মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে যোৱা ২১ এপ্ৰিলত আলফা(স্বা)ৰ সদস্যই শিৱসাগৰ জিলাৰ লাকুৱাস্থিত অ’এনজিচি খাদৰ পৰা অন্য দুজন সতীৰ্থসহ তৈল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ৰিতুল শইকীয়াক অপহৰণ কৰিছিল।

অৱশ্যে এসপ্তাহৰ ভিতৰতে ভাৰতীয় সেনা আৰু নাগালেণ্ড আৰক্ষীয়ে যুটীয়া অভিযান চলাই নাগালেণ্ডৰ মন জিলাৰ অতব্য অৰণ্যৰ পৰা অন্য দুই অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd