• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2019 6:11 pm

1 min read

মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট
1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জজ খেলপথাৰত আজিৰ পৰা সপ্তম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে। টুৰ্ণামেণ্ট উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উদ্বোধনী সভাত সোণোৱালে কয়, ‘ক্ৰীড়া, শিক্ষা আৰু সংস্কৃতি হ’ল মানুহৰ জীৱনৰ অন্যতম অংগ। জীৱনত এই তিনিটা উপাদানৰ সমাহাৰে সমাজক ইতিবাচক শক্তি প্ৰদান কৰাৰ উপৰি মানৱীয় প্ৰমূল্যবোধ সুদৃঢ় কৰাৰ দিশটো বিশেষভাৱে অৰিহণা যোগায়।

সাংবাদিকসকলে প্ৰয়াত টি জি বৰুৱাৰ নামত এই টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টখন আয়োজন কৰাৰ বাবে লোৱা পদেক্ষেপৰ শলাগ লৈ মুখ্য মন্ত্ৰীয়ে কয় যে এই টুৰ্ণামেণ্টখনে উঠি অহা প্ৰজন্মক ক্ৰীড়াক এক অন্যতম বৃত্তি হিচাপে গ্ৰহণ কৰাৰ দিশত অনুপ্ৰেৰণা প্ৰদান কৰাৰ উপৰি ৰাজ্যখনত এক ক্ৰীড়াসুলভ বাতাবৰণৰ সৃষ্টি কৰাৰ দিশটো অৰিহণা যোগাব।

ভাষণ প্ৰসংগত তেওঁ প্ৰয়াত টি জি বৰুৱাই ৰাজ্যখনৰ সংবাদসেৱা আৰু জীৱনত আগবঢ়াই যোৱা বৰঙণি সমূহৰো শ্ৰদ্ধাৰে স্মৰণ কৰে। উদ্বোধনী অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তপন কুমাৰ গগৈ, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ৰাজেশ বৰাৰ উপৰি বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd