• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমবাসীক মুখ্য মন্ত্ৰীৰ বিহুৰ শুভেচ্ছা; মঙলবাৰে সন্ধিয়া সকলোকে বন্তি জ্বলাবলৈ আহ্বান

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 13, 2020 1:23 pm

2 min read

অসমবাসীক মুখ্য মন্ত্ৰীৰ বিহুৰ শুভেচ্ছা; মঙলবাৰে সন্ধিয়া সকলোকে বন্তি জ্বলাবলৈ আহ্বান
8.4k
VIEWS
Share on FacebookShare on Twitter

সমূহ ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি মহানগৰীৰ খাৰঘুলিত থকা নিজৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এক সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে ৰাইজক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সমাজত মিলা-প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে।

আনহাতে এইবাৰ ক’ৰ’না ভাইৰাছৰ বাবে অব্যাহত থকা ল’কডাউনত অসমবাসীক মঙলবাৰে মানুহৰ বিহুৰ দিনা সন্ধিয়া ৬ বজাত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ আহ্বান সোণোৱালে জনায়।

তেওঁ কয়, ‘আমি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ লগতে অসমতো ঐক্যবদ্ধ যুঁজ দিবলগীয়া হৈছে ক’ৰ’নাৰ বিৰুদ্ধে। প্ৰতিটো অঞ্চলত ৰাইজে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে। এই সময়চোৱাত ৰাইজৰ বহু কষ্ট হৈছে, কিন্তু এই দায়িত্ব আমি পালন কৰিবই লাগিব। কাইলৈ মঙলবাৰে সন্ধিয়া ৬ বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব লাগে।’

‘সামাজিক দূৰত্ব বৰ্তাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে সেয়া অত্যন্তই জৰুৰী। অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই ক’ৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে ধন্যবাদ জনাইছো। জৰুৰীকালীন সেৱাত নিয়োজিত আৰু নিষ্ঠাসহকাৰে কাম কৰি থকা সাংবাদিকসকলকো কৃতজ্ঞতা জনাইছো।’ তেওঁ লগতে কয়।

ইপিনে ৰাজ্যত আজিৰ পৰা সুৰাৰ বিপনীসমূহ খোলাৰ সম্পৰ্কত তেওঁ কয়, ‘ভাৰত চৰকাৰে দিয়া নিৰ্দেশনা আমি পালন কৰিব লাগিব। কোনো পৰিস্থিতিতে যাতে কোনো ব্যক্তিয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱহেলা নকৰে।’

Recent News

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd