• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৌচা কাপ ফুটবল প্ৰতিযোগিতা; ৯ ছেপ্তেম্বৰত মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত মুখ্য মন্ত্ৰীয়ে কৰিব উদ্বোধন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 17, 2018 9:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৯ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক বদৌচা কাপ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিব।

বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত ৯ চেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ অসমৰ মুঠ ৭টা স্থানত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

Apply Now

মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা ক্ৰীড়া সন্থা, সমন্বয় সংঘ, ডিগবৈৰ সহযোগত মাজুলী, তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু দুলীয়াজানত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দ’ল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মনিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দ’লে অংশ গ্ৰহণ কৰিব।

লীগ পৰ্যায়ত অংশ ল’বলগীয়া আন দ’ল সমূহ হৈছে ক্ৰমে বদৌচা স্পৰ্টছ ক্লাব, বাৰেকুৰি এফ চি, তিনিচুকীয়া ডিভিজনেল ৰেলৱে স্পৰ্টছ ক্লাব, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ এফ চি, জেনেক্সট এফ চি, কুণ্ডীল ভেলী এফ চি, মৰাণ টাউন ক্লাব, যোৰহাট টাউন ক্লাব, হালোৱাটিং ইউনাইটেড এফ চি, কাৰবি আংলং মৰনিং ষ্টাৰ এফ চি, ডি এফ এ চাংলাং, নামৰূপ টাউন ক্লাব, জেৰাই মূদৈ যুৱ ক্ৰীড়া মঞ্চ আৰু দুলীয়াজান ক্লাব।

প্ৰতিযোগিতাখন পৰিচালনা কৰিব বাবে সাংসদ প্ৰদান বৰুৱাক সভাপতি, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীক কাৰ্যকৰী সভাপতি, জীৱন বৰুৱা আৰু উদয়ন কুমাৰ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন কেন্দ্ৰীয় অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰা হয়।

প্ৰায় ১ কোটি ৬২ লাখ টকাৰ বাজেটৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে।

আনহাতে, প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি এখন বহুভাষিক স্মৃতিগ্ৰন্থ ‘বদৌচা’ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। সেয়ে সকলো লেখক-লেখিকাৰ পৰা ক্ৰীড়া বিষয়ক লেখা আহ্বান কৰি বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুৰজিৎ বড়াই ৯৯৫৭৭৭৭০১৩ নম্বৰত অথবা [email protected] ত লেখাসমূহ পঠাৱলৈ অনুৰোধ জনাইছে।

আজি গুৱাহাটীৰ হোটেল গ্ৰীণ ভেলীত অনুষ্ঠিত সংবাদমেলত বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, সহকাৰী সম্পাদক বিশ্বজিৎ মৰাণ, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মুনীন দুৱৰা, আলোচনী সম্পাদক গিৰিন মৰাণ আৰু প্ৰতিযোগিতাখনৰ স্মৃতিগ্ৰন্থ ‘বদৌচা’ৰ সম্পাদক সুৰজিৎ বড়া উপস্থিত থাকে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm
অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm
অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd