• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০ স্পৰ্শ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 9:06 pm

1 min read

অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০ স্পৰ্শ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

577
VIEWS
Share on FacebookShare on Twitter

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই আজি ১০০০ স্পৰ্শ কৰিছে।

আজি ৰাজ্যত পুনৰ এগৰাকী ব্যক্তিৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে।

কোভিডৰ সংক্ৰমণৰ ফলত আজি মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ ৱাজিদা বিবি(৫২)।

উল্লেখযোগ্য যে, দেশত কোভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত অসমত বিগত এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত প্ৰথম গৰাকী ব্যক্তিয়ে কোভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল।

বিগত আঠ মাহৰ ভিতৰত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এগৰাকীৰ পৰা এহাজাৰ গৰাকীলৈ বৃদ্ধি পালে।

অসমত বৰ্তমানলৈ ২ লাখ ১৪ হাজাৰতকৈয়ো অধিক লোক কোভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২ লাখ ৯ হাজাৰতকৈয়ো অধিক লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

ৰাজ্যৰ জিলা সমূহৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক সংখ্যক ব্যক্তি কোভিড প’জিটিভ হৈছে আৰু এই ভাইৰাছৰ বিধৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

অসমত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ হৈছে প্ৰায় ৯৮ শতাংশ।

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd