DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয় হাজাৰে এদিনীয়া টুৰ্ণামেণ্টৰ বাবে অসম দল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2019 5:37 pm
renji-tvm-

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.9k
VIEWS
Share on FacebookShare on Twitter

অহা ২৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া বিজয় হাজাৰে ছিনিয়ৰ এদিনীয়া টুৰ্ণামেণ্টৰ বাবে অসমৰ ১৫ জনীয়া দলটো শনিবাৰে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধীনত চলিব লগীয়া সন্মানীয় টুৰ্ণামেণ্টখন এইবাৰ ডেৰাডুনত অনুষ্ঠিত হ’ব।

প্ৰথম তিনিখন মেচৰ বাবে ঘোষণা কৰা অসম দলটোত এইবাৰো নতুন মুখৰ বিপৰীতে পূৰ্বৰ ছিনিয়ৰ খেলুৱৈ সকলকে প্ৰাধান্য দিয়া দেখা গৈছে।

ঘোষিত দলটো হ’ল- গকুল শৰ্মা(অধিনায়ক), শিৱশংকৰ ৰয়, ৰাহুল হাজৰিকা, পল্লৱ কুমাৰ দাস, ৰিয়ান পৰাগ, অমিত সিনহা, স্বৰূপম পুৰকায়স্থ, আবু নেচিম আহমেদ, অৰূপ দাস, মৃণ্ময় দত্ত, প্ৰীতম দাস, ৰোচন আলম, অম্লানজ্যোতি দাস, ঋষিকেশ তামুলী আৰু ৱাছিকুৰ ৰহমান।

ইফালে টুৰ্ণামেণ্টখনৰ বাবে ছগৰাকী খেলুৱৈক ষ্টেণ্ডবাইত ৰখা হৈছে। তেওঁলোক হ’ল, অভিলাষ গগৈ, হিৰকজ্যোতি দাস, সুনীল লাচিত, ৰামিজ ৰাব্বানি, পাৰভেজ আজিজ আৰু বিশাল ৰয়।

মন কৰিব লগীয়া যে অসম ক্ৰিকেট সন্থাৰ ভুলৰ বাবে যোৱা ১৮-১৯ বৰ্ষত গোৱাৰ হৈ খেলা বৰপেটাৰ বেগী বলাৰ কৃষ্ণ দাসে এইবাৰো অসমৰ এদিনীয়া দলটোত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd