• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’১৯ত কংগ্ৰেছৰ পকেটত ৪০লাখ ভোট নিশ্চিত কৰিলে তৰুণ গগৈয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 16, 2018 11:04 pm
Tarun Gogoi former assam cm slams BJP

তৰুণ গগৈ। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিচপুৰত যোৱা ৫ অক্তোবৰত প্ৰতিবাদী প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা দি তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ শনিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সোণোৱাল চৰকাৰক দাবী জনোৱাৰ ঘটনাই ’১৯ৰ নিৰ্বাচনত কংগ্ৰেছৰ পক্ষলৈ নিব পাৰে অসমৰ প্ৰতিবন্ধী-প্ৰভাৱিত “৪০লাখ ভোট”।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ সঁহাৰিৰ প্ৰতি “ধন্যবাদ” জনাই অসমৰ প্ৰতিবন্ধীসকলৰ একমাত্ৰ ৰাজ্যিক সংগঠন প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে তেনে এক ইংগিতেই দিছে নৰ্থ ইষ্ট নাও-ক।

Apply Now

“আমাৰ হৈ মাত মতাৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক অশেষ ধন্যবাদ। আমি কোনো ৰাজনৈতিক দল নহয়, আমি অৰাজনৈতিক সংগঠন। আমাৰ হৈ যি মাত মাতে তেওঁলোকক আমি সমৰ্থন জনোৱাৰ কথাটো চিন্তা কৰিম,” মন্তব্য মালাকাৰৰ।

লগতে পঢ়ক– বিজেপিৰ শাসনত প্ৰতিবন্ধীৰ দিনো পৰিণত “প্ৰতাৰণা”ৰ দিৱসত

কিন্তু কংগ্ৰেছক সাংগঠনিকভাৱে সমৰ্থন জনোৱাৰ সিদ্ধান্ত এতিয়াও গ্ৰহণ নকৰি সমাগত নিৰ্বাচনলৈকে এই ৩মাহ সময় পৰ্য্যৱেক্ষণৰ কৌশল লৈছে প্ৰতিবন্ধী সংস্থাটোৱে।

“কংগ্ৰেছৰ প্ৰতি লোকসভা নিৰ্বাচনত সমৰ্থন থাকিবনে নাই, এই মুহূৰ্তত ক’ব নোৱাৰিম। কাৰণ নিৰ্বাচনলৈকে এতিয়াও কেইমাহ মান বাকী আছে। এই সময়খিনিত কংগ্ৰেছে কি মনোভাব দেখুৱাব তাৰ ওপৰত নিৰ্ভৰ কৰিব সমৰ্থন জনাম নে নাই,” অসমত প্ৰতিবন্ধী-প্ৰভাৱিত ভোট “৪০লাখ”মান থকা বুলি দাবী কৰি মালাকাৰে ক’লে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত তেতিয়ালৈকে প্ৰতিবন্ধী লোকৰ সংখ্যা আছিল প্ৰায় ৪.৮ লাখ।

লগতে পঢ়ক– প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?

সোণোৱাল চৰকাৰৰ দিনত যোৱা ৫ অক্তোবৰত প্ৰতিবন্ধীৰ ওপৰত হোৱা আৰক্ষীৰ আক্ৰমণ “ভাৰতৰ ইতিহাসত প্ৰথম“ বুলি সংস্থাটোৱে কৰা দাবীৰ সৈতে গগৈয়েও শনিবাৰে সহমত পোষণ কৰি ঘটনাথলীত থকা আৰক্ষী বিষয়াৰ শাস্তি দাবী কৰিছিল।

তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনত প্ৰতিবন্ধীৰ ওপৰত এনে অত্যাচাৰ হোৱা নাছিল বুলি উল্লেখ কৰি মালাকাৰে লগতে কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত বছৰি ৬ হাজাৰ টকাকৈ দিয়া হৈছিল যদিও সকলোখিনিয়ে পোৱা নাছিল। যিখিনিয়ে পাবলৈ আৰম্ভ কৰিছিল, সেয়া নিয়মীয়াকৈ পাই আছিল। কিন্তু বিজেপি চৰকাৰে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য, ১ হাজাৰ টকাকৈ মাহেকীয়া হিচাপত দিয়া হ’ব বুলি এতিয়ালৈকে ৪বাৰকৈ প্ৰতিশ্ৰুতি দিলে, কিন্তু একোৱেই হৈ উঠা নাই।”

বিজেপি চৰকাৰৰ স্থিতি আজিৰ নিচিনাই হৈ থাকিলে অহা লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰতি সমৰ্থন নজনোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলিও জানিবলৈ দিয়ে প্ৰতিবন্ধী নেতাজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd