• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালকৰ গাত উতলা পানী ঢলা ডিব্ৰুগড়ৰ চিকিৎসক পলাতক

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 2, 2020 7:50 pm
Assam: Dibrugarh doctor who poured boiling water on minor absconding

নাবালকগৰাকী। ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনকৰা নাবালকৰ গাত উতলা পানী ঢালি দিয়া ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী পলাতক হৈ আছে।

চিকিৎসকগৰাকীৰ ঘৰলৈ যোৱা মিলন নগৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল তেওঁৰ বন্ধ গেটৰ সন্মুখত বহু ঘণ্টাধৰি অপেক্ষা কৰিব লগা হয়।

Apply Now

পিছত আৰক্ষীয়ে দণ্ডাধীশক খবৰ দিয়ে আৰু দণ্ডাধীশৰ উপস্থিতিত চিকিৎসকগৰাকীৰ ঘৰত গেট বগাই প্ৰৱেশ কৰে।

সূত্ৰমতে, দেউৰীৰ ঘৰ ভিতৰৰ পৰা বন্ধ আছিল আৰু তেওঁলোকে ঘৰত কুকুৰ মুকলি কৰি ৰাখিছিল।

আৰক্ষীয়ে বহু ঘণ্টাধৰি ডাঃ দেউৰী আৰু পত্নী মিতালী কোঁৱৰক ঘৰত বিচাৰে যদিও কোনো সন্ধান পাবলৈ সক্ষম নহ’ল।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ) পদ্মনাভ বৰুৱাই নৰ্থইষ্ট নাওক জনায়, “আমি শিশু শ্ৰমিক আইন আৰু কিশোৰ ন্যায় আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছো। আমি অভিযুক্ত ডাঃ সিদ্ধি প্ৰসাদ দেউৰীক বিচাৰি আছো আৰু আইনমতে ব্যৱস্থা লোৱা হ’ব।”

১২ বছৰীয়া শিশুটিয়ে দেউৰীৰ ঘৰত বনকৰা ল’ৰা হিচাপে কাম কৰি আহিছিল। শিশুটিক শিশু কল্যাণ সমিতিয়ে উদ্ধাৰ কৰিছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত শিশুটিয়ে কয় যে ঘৰৰ মজিয়াত ৰাতি শুই থাকোতে ডাঃ সিদ্ধি প্ৰসাদ দেউৰীয়ে গাত উতলা পানী ঢালি দিয়ে।

শিশুটিয়ে জনোৱা মতে তেওঁলোকৰ সকলো ঘৰুৱা কাম তেওঁ কৰি আহিছে।

শিশুটিয়ে লগতে জনাই যে তেওঁৰ ঘৰ যোৰহাটত, কিন্তু দেউতাকৰ লগত যোগাযোগ কৰিবলৈ তাক দিয়া নহয়।

শিশু কল্যাণ সমিতিৰ এজন সদস্যই জনোৱা মতে তেওঁলোকে শিশুটিৰ প্ৰকৃত ঘৰৰ ঠিকনা বিচৰাত চিকিৎসকজনে সেয়া জনোৱা নাছিল আৰু শিশুটি তেওঁলোকৰ সম্পৰ্কীয় আৰু দেউৰী উপাধিৰ বুলি কৈছিল।

কিন্তু পিছত পোহৰলৈ আহে যে শিশুটিৰ উপাধি ভূঞাহে।

ডাঃ দেউৰী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসক আৰু পত্নী মিতালী কোঁৱৰ মৰাণ কলেজৰ অধ্যক্ষা।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd