• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অন্তঃসত্ত্বা আছিল হত্যাৰ বলি হোৱা ১২ বছৰীয়া কন্যা শিশুটি’; ৰাজ্যিক শিশু সুৰক্ষা আয়োগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 7:12 pm
Sumila

ফ'টো সৌজন্য- সামাজিক মাধ্যম

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰহাৰ এটা আদ্যৱন্ত পৰিয়ালৰ ঘৰত শিশুশ্ৰমিক হিচাপে কৰ্মৰত পশ্চিম কাৰ্বি আংলঙৰ হত্যাৰ বলি হোৱা কন্যা শিশুটি কেৱল শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰে বলি হোৱা নিছিল, কন্যা শিশুটি যৌন নিৰ্যাতনৰো বলি হৈ আছিল। এই বিস্ফোৰক দাবী কৰিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ(ASCPCR)এ।

আয়োগে দাবী কৰা মতে হত্যাৰ বলি হোৱা কন্যা শিশুটি মৃত্যুৰ পূৰ্বে অন্তঃসত্ত্বাও আছিল।

Apply Now

ইফালে অভিযুক্ত পিতৃ আৰু পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিৱেশীসকলে নিৰ্যাতিতা শিশু কন্যাটিক হত্যা কৰাৰ পূৰ্বে অভিযুক্তসকলে নিয়মীয়াকৈ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহা বুলি ৰাজ্যিক শিশু আধিকাৰ আয়োগৰ আগত প্ৰকাশ কৰা বুলিও জনাইছে আয়োগে।

শিশু অধিকাৰ আয়োগে আৰক্ষী প্ৰশাসনক ভাৰতীয় দণ্ডবিধি POSCO আইন, ২০১২ৰ ৪,৫ আৰু ৬ৰ ধাৰা, শিশু আৰু কিশোৰ শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ)আইন, ১৯৮৬ আৰু জুভেনাইল ন্যায়(শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰিবলৈ দাবী জনাইছে।

নগাঁৱৰ আৰক্ষী অধীক্ষকে শিশু অধিকাৰ আয়োগক অতি শীঘ্ৰেই আদালতত চাৰ্জশ্বীট দাখিল কৰি ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰা হ’ব বুলি জনোৱা বুলিও সদৰী কৰিছে আয়োগে।

ইফালে ৰহাৰ স্থানীয় ৰাইজে নগাঁও আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গৈছে। নিৰ্যাতিত পৰিয়ালটোৰ ন্যায় প্ৰদান আৰু অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাৱস্ত কৰা স্থানীয় লোকক আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে আটক কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd