• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিম বংগত অসমৰ ডি এছ পিয়ে সাতজাঁই গুলীৰে কাবু কৰিলে গো-মাফিয়াক

NE NOW NEWS এন ই নাও নিউজ
ধুবুৰী , August 2, 2019 6:39 pm

1 min read

DSP_Trinayan_Bhuyan

ডি এছ পি ত্ৰিনয়ন দাসৰ ফাইল ফটো (সোঁফালৰজন) ফটোৰ উৎস : ভূঞাৰ ফেইচবুক পেইজ।

9.9k
VIEWS
Share on FacebookShare on Twitter

আজি ধুবুৰী আৰক্ষীৰ এটা দলে কুখ্যাত গো-মাফিয়াক আটক কৰিবলৈ গৈ গো-মাফিয়াৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হয় যদিও অৱশেষত গো-মাফিয়াকেইজনক কাবু কৰিবলৈ সক্ষম হয়।

ধুবুৰীৰ কুখ্যাত গো-মাফিয়া আব্দুল জব্বৰে পশ্চিম বংগৰ বক্সিৰহাটত (অসমৰ সীমামূৰীয়া ঠাই) আশ্ৰয় লৈ থকাৰ কথা জানিব পাৰি আজি পুৱাৰ ভাগতে ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম আৰক্ষীৰ দলটো জব্বৰক আটক কৰিবলৈ গৈছিল।

লগতে পঢ়ক বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ

কিন্তু জব্বৰক আটক কৰিবলৈ চেষ্টা কৰোতেই আন কেইজনমান গৰুৰ চোৰাং কাৰবাৰীয়ে অসম আৰক্ষীৰ দলটোক শিলগুটি দলিয়াই আক্ৰমণ কৰে।

আৰক্ষীৰ দলটোক চোৰাং কাৰবাৰীকেইজনে ঘেৰি ধৰি আবদ্ধ কৰিবলৈ চেষ্টা কৰাত শূন্যলৈ সাতজাঁইকৈ গুলী চালনা কৰিব লগীয়া হয়।

অৱশেষত ভূঞা নেতৃত্বাধীন অসম আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আব্দুল জব্বৰক আটক কৰি বক্সিৰ হাট আৰক্ষী থানালৈ আনে। আজিয়েই গো-মাফিয়াজনক ধুবুৰীলৈ অনাৰ কথা।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd