• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিনাই শিক্ষা মন্ত্ৰীৰ দুটা বিশেষ ঘোষণা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 15, 2019 9:24 pm

1 min read

মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিনাই শিক্ষা মন্ত্ৰীৰ দুটা বিশেষ ঘোষণা
10.8k
VIEWS
Share on FacebookShare on Twitter

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আনিছে দুটা সু-খবৰ। বুধবাৰে মহানগৰীৰ ছেবাৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ছেবাই এইবৰ্ষৰ পৰা উচ্চ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে ‘বাণিজ্য’ বিষয়টো অন্তৰ্ভুক্ত কৰিছে।

উল্লেখযোগ্য যে, ২০১৮ চনলৈকে উচ্চ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ঐচ্ছিক বিষয় হিচাপে ঐচ্ছিক গণিত, কম্পিউটাৰ বিজ্ঞান, হিন্দী, ভুগোল, বুৰঞ্জী, সংস্কৃত ইত্যাদি বিষয়সমূহ বাচি ল’ব পাৰিছিল। এতিয়াৰ পৰা ইয়াৰ সৈতে বাণিজ্য বিষয়টো সংযোগ হোৱাত উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব।

আনহাতে, বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত চাৰিটাকৈ নতুন বিষয়ৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। সেই কেইটা ক্ৰমে কৃষি আৰু উদ্যান বিদ্যা, স্বাস্থ্যসেৱা, প্ৰাইভেট ছিকিউৰিটি আৰু টুৰিজিম এণ্ড হাস্পিতালিটী।

এই বিষয়কেইটা অন্তৰ্ভুক্ত কৰাৰ ফলত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে বিভিন্ন কোম্পানী বা অন্যান্য বৃত্তিগত প্ৰতিষ্ঠানত চাকৰি লাভ কৰাত সহায়ক হ’ব বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd