• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্লিপ্ত বন বিভাগ! অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই বহিঃৰাজ্যলৈ হাতী সৰবৰাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 5:56 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কি কৰিছে অসমৰ বন বিভাগে? কিয় এতিয়াও নিৰ্লিপ্ত ভূমিকা লৈছে অসম চৰকাৰে? অসমৰ পৰা কোনো ধৰণৰ চৰকাৰী অনুমতি নোলোৱাকৈ ৰাজস্থানলৈ এটা অৰ্ধ প্ৰৌঢ় মতা হাতী লৈ যোৱাৰ ঘটনাই এতিয়া ৰাজ্যৰ বন বিভাগত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। লখিমপুৰ জিলাৰ পৰা মোহন নামৰ এই হাতীটোক নিয়ম নীতি উলংঘা কৰি জয়পুৰৰ আমেৰলৈ লৈ যোৱা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, ছালিম খান নামৰ এজন ব্যক্তিয়ে হাতীটোক ৰাজস্থানলৈ পৰিবহণ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন বিনয় গুপ্তাৰ ভূমিকা এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি, বন্দী হাতী এটা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ লৈ যাবলৈ হ’লে যিখন ৰাজ্যলৈ হাতীটো নিয়া হ’ব, সেই ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ পৰা বাধ্যতামূলকভাৱে অনাপত্তি পত্ৰ বা এনঅ’চি ল’ব লাগে। কিন্তু অভিযোগমতে, ৰাজস্থান কৰ্তৃপক্ষৰ পৰা তেনে কোনো অনুমতি নোলোৱাকৈ কেৱল বিনয় গুপ্তাৰ ট্যুৰ পাৰ্মিটৰ ভিত্তিত হাতীটোক লখিমপুৰৰ পৰা বাহিৰলৈ পঠিওৱা হৈছে। লখিমপুৰৰ সংমণ্ডল বন বিষয়া মনোজ কৃ গোস্বামীৰ বদলিৰ সময়ছোৱাতে এই ঘটনাটো সংঘটিত হোৱাত তেওঁৰ ভূমিকাও এতিয়া তদন্তৰ আওতালৈ আহিছে।

Apply Now

এই ঘটনাই কেৱল এজন বিষয়াৰ মাজতে সীমাবদ্ধ নহৈ এক সুসংগঠিত চক্ৰৰ এয়া এক সুপৰিকল্পিত কাণ্ডৰ ইংগিত দিছে। সূত্ৰ অনুসৰি, অসমৰ পৰা উত্তৰ প্ৰদেশ আৰু ৰাজস্থানকে ধৰি বিভিন্ন ৰাজ্যলৈ মুঠ ১৮টা হাতী সৰবৰাহ কৰাৰ এক বৃহৎ পৰিকল্পনা চলিছে। উত্তৰ প্ৰদেশৰ আছিফ আহমদ নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীৰ সৈতে মিলি এই সমগ্ৰ অবৈধ কামৰ সমন্বয় সাধন কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি, বন বিভাগৰ পৰামৰ্শদাতা হিচাপে থকা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বন বিষয়া আৰু বোকাখাতৰ এজন হাতীৰ মালিকেও এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

বৰ্তমান সময়ত লখিমপুৰ, ডিগবৈ আৰু কৰিমগঞ্জৰ পৰা হাতী অনাৰ পৰিকল্পনা কৰি সেইবোৰ মানস ৰাষ্ট্ৰীয় উদ্যানত সাময়িকভাৱে ৰখা হৈছে বুলিও জানিব পৰা গৈছে। বন্যপ্ৰাণী সুৰক্ষা আইনৰ এনে উলংঘনক লৈ এতিয়া বন্যপ্ৰাণী প্ৰেমী আৰু সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই গুৰুতৰ অভিযোগ সন্দৰ্ভত মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন বিনয় গুপ্তাৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। নিয়ম নীতিৰ নামত চলি অহা এনে কাৰ্যই অসমৰ বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থাক পুনৰ এবাৰ প্ৰশ্নবোধক চিহ্ণৰ সন্মুখীন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd