DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪টাকৈ বঁটাৰে ভেনিজুৱালাৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’

উত্তম শইকীয়া by উত্তম শইকীয়া
March 7, 2019 11:55 am
1.1k
VIEWS
Share on FacebookShare on Twitter

ভেনিজুৱালাত অনুষ্ঠিত ফাইভ কন্টিনেন্টচ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত অসমৰ প্ৰবীন চলচিত্ৰ নিৰ্মাতা হেমচন্দ্ৰ বৰাৰ নৱনিৰ্মিত অসমীয়া ছুটি ছবি দিবাস্বপ্ন ( Day dream )ই চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মহোৎসৱটোত ‘দিবাস্বপ্ন’ই শ্ৰেষ্ঠ ছুটি ছবি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ছবিখনৰ মূল শিশু চৰিত্ৰত অভিনয় কৰা গ্ৰান্থিক বৰায়ে শ্ৰেষ্ঠ শিশু শিল্পী বঁটা, সামগ্ৰিক দলীয় অভিনয়ৰ বিশেষ বঁটা আৰু ছবিখনৰ কেমেৰামেন নৱ কুমাৰ দাসে লাভ কৰিছে চিনেমেত্ৰগ্ৰাফাৰৰ বিশেষ বঁটা।

উল্লখযোগ্য যে সংকল্প নামৰ ছবিখনৰ পিছত দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত জলী চিনে এন্টাৰপ্ৰাইজৰ বেনাৰত হেম চন্দ্ৰ বৰাই নিৰ্মান কৰা ছুটি ছবি দিবাস্বপ্ন বোকাখাতৰ ধনশিৰিমুখৰ পটভুমিত এটি শিশু চৰিত্ৰৰ মনস্তত্বকলৈ নিৰ্মান হৈছে ৷

ছবিখনৰ চিত্ৰনাট্য, প্ৰযোজনা আৰু পৰিচালনা হেমচন্দ্ৰ বৰাৰ। ছবিখনত বোকাখাত আৰু কাজিৰঙাৰ একাংশ অপেচাদাৰী শিল্পীয়ে মননশীল অভিনয় কৰিছে। দিবাস্বপ্নৰ কেমেৰা নৱ কুমাৰ দাস আৰু সংগীত ভগৱত প্ৰিতমৰ।

Recent News

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd