• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বাজেট ২০২০-২১ Live Updates; চাহ জনগোষ্ঠীৰ বাবে কি আছে এইবাৰৰ বাজেটত??

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2020 3:44 pm

2 min read

অসম বাজেট ২০২০-২১ Live Updates; চাহ জনগোষ্ঠীৰ বাবে কি আছে এইবাৰৰ বাজেটত??
10.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰে।

২০২০-২১ বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ ভালেমান আঁচনি লৈ আহিছে। কি আছে চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে এইবাৰৰ বাজেটত জানো আহক-

  • চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ বাবে বিত্ত বিভাগে ২০২০-২১ বৰ্ষৰ বাজেটত ২২০ কোটি টকাৰ আৱণ্টৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
  • চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ কল্যাণ আঁচনিৰ অধীনত মহিলা চাহ শ্ৰমিক সকলৰ গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ত মজুৰি ক্ষতিপুৰণৰ ৰাশি বৰ্তমানৰ ৬ মাহৰ পৰা ৯ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • নৱজাতকৰ লগতে গৰ্ভধাৰণৰ সময়ছোৱাত মাতৃগৰাকীলৈ মজুৰি ক্ষতিপুৰণ ৰাশি ১৮,০০০ টকালৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ।
  • ২০২০-২১ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠী আৰু আদিবাসী শিক্ষাৰ্থীৰ শিক্ষা ব্যয়ৰ বাবে চৰকাৰে ১০,০০০ টকাৰ এককালীন সাহায্যৰাশি ধাৰ্য কৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলেও এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।
  • আগন্তুক বিত্তীয় বৰ্ষত ২০,০০০ চাহ জনগোষ্ঠী আৰু আদিবাসী উদ্যমী যুৱকলৈ এককালীন সাহায্য আঁচনিৰ অধীনত ২৫,০০০ টকা আগবঢ়োৱা হ’ব।
  • ২০১৮-১৯ বিত্তীয় বৰ্ষত চাহা বাগানৰ লাইনৰ চৰ্দাৰসকলৰ যোগাযোগৰ সুৰিধাৰ্থে ১১,০০০ স্মাৰ্টফোন বিতৰণ কৰা হৈছিল। আগন্তুক বিত্তীয় বৰ্ষত স্মাৰ্ট ফোন লাভ নকৰা চৰ্দাৰসকলকো স্মাৰ্টফোন যোগান ধৰা হ’ব।
  • চাহ বাগিচাত ১০২ খন নতুন হাইস্কুল স্থাপনৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ’ব।
  • চাহ বাগিচা অঞ্চলৰ ১০০ খন খেল পথাৰৰ পুনৰ নিৰ্মাণৰ বাবে গাইপতি ৫ লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd