• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সহস্ৰাধিক ক’ভিড আক্ৰান্তক ফোনযোগে গান শুনাই দেশজুৰি সমাদৰ লাভ অসমৰ এই শিল্পীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 6:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হৈছে সংগীতৰ শক্তি অপাৰ।

সংগীতৰ ৰাগেৰে জুই জ্বলোৱা অথবা বৰষুণ দিয়াৰো কথা শুনা যায়।

Apply Now

শেহতীয়াকৈ সংগীতৰ এই শক্তিৰ সুন্দৰ প্ৰয়োগ কৰি দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে অসমৰ এজন লোকশিল্পী।

বিক্ৰমজীত কৰ (৩৩) নামৰ লোকগায়কজনৰ ঘৰ শিলচৰৰ মালুগ্ৰামত।

গানৰ বাবে তেওঁক ‘বাউলিয়া’ নামেৰেও জনায়ায়।

বৰ্তমান ক’ভিড পৰিস্থিতিত বহু লোকক মানসিকভাৱে প্ৰাণৱন্ত কৰি ৰখাত গুৰুত্বপূৰ্ণে ভূমিকা গ্ৰহণ কৰিছে বিক্ৰমজীতে।

শিল্পীগৰাকীয়ে জনোৱামতে, ইতিমধ্যে তেওঁ অসম আৰু অসমৰ বাহিৰৰ ২৫০ জনতকৈও অধিক ক’ভিড আক্ৰান্ত লোকক ফোন যোগে গান পৰিৱেশন কৰি মানসিকভাৱে শক্তিশালি কৰি ৰাখিছে।

তেওঁ কয় যে ক’ভিড ৰোগীসকলৰ মানসিক অশান্ত কমাবলৈ এয়া তেওঁৰ এক পদক্ষেপ।

এইক্ষেত্ৰত শিল্পীগৰাকীয়ে কলকাতাৰ জনপ্ৰিয় গায়িকা লোপামুদ্ৰা মিত্ৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি কয়।

লোপামুদ্ৰাইও এনেধৰণৰ পদক্ষেপ হাতত লৈছিল বুলি বিক্ৰমজীতে জনায়।

ইয়াক সংগীত থেৰাপী বুলিও আখ্যা দিয়ে বিক্ৰমজীতে।

তেওঁ কয় যে ফোনযোগে তেওঁৰ গান শুনিবলৈ শিলচৰ, গুৱাহাটী, কলকাতা, দিল্লী, পুনেকে ধৰি দেশৰ বহু ঠাইৰ পৰা অনুৰোধ আহিছে।

বিক্ৰমজীতে এইক্ষেত্ৰত তেওঁৰ সামাজিক মাধ্যমযোগে এই পদক্ষেপটোৰ বিষয়ে উল্লেখ কৰিছিল যে যিসকলে ক’ভিডত আক্ৰান্ত হৈ মানসিক অশান্তিত ভুগি আছে, তেওঁলোকে বিক্ৰমজীতক ফোন কৰিব পাৰে।

“এয়া মোৰ এটা বৃহৎ প্ৰাপ্তি। মই প্ৰতিশ্ৰুতি দিছো যে এই কাম মই মানুহৰ বাবে কৰি যাম।”- বিক্ৰমজীতে কয়।

ইতিমধ্যে তেওঁৰ গান শুনা বহু লোকে ক’ভিড নিগেটিভ লাভ কৰিছে বুলিও তেওঁ জনায়।

ইয়াৰ উপৰিও বিক্ৰমজীতে তেওঁৰ বাসগৃহতে এখন দৰৱৰ দোকানো আছে আৰু ক’ভিড আক্ৰান্ত লোকসকললৈ ঘৰতে ঔষধ যোগান ধৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd