• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 8:32 pm
Forest-Department-750x375
412
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত নতুন চৰকাৰ এখন গঠন নোহোৱাকৈয়ে অসমৰ বন বিভাগত বহু কেইগৰাকী বিষয়াক পদোন্নতি দিয়াৰ লগতে কেইবা জনো বিষয়াক বদলি কৰিছে।

শেহতীয়াকৈ বনবিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি বিভাগটোৰ ১৫ গৰাকী বিষয়াক পদোন্নতি দিয়া হৈছে।

ৰাজ্যত এখন কেয়াৰ টেকাৰ চৰকাৰ থকাৰ সময়তে বহু কেইগৰাকী  বিষয়াৰ পদোন্নতি আৰু বদলিৰ নিৰ্দেশটোৱে এতিয়া বহুতকে আচৰিত কৰি তোলা পৰিলক্ষিত হৈছে।

সোমবাৰে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে শিলচৰৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।

তেওঁ গুৱাহাটীত কাৰ্যনিৰ্বাহ  কৰিব।সামাজিক বনানিকৰণৰ মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰক উজনি অসম সংমণ্ডলৰ অতিৰিক্ত প্ৰধান বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে, মুখ্য বন সংৰক্ষক সত্যেন্দ্ৰ সিঙক গুৱাহাটীত অতিৰিক্ত প্ৰধান বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।যোৰহাটৰ উজনি অসম চক্ৰৰ বন সংৰক্ষক এন আনন্দক মুখ্য বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।

দেৰাডুনৰ CASFOSৰ অধ্যাপক হিচাবে ডেপুটেছনত থকা চি ৰমেশক মুখ্য বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।

তেজপুৰৰ উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক জিতেন্দ্ৰ শৰ্মাক শিলচৰৰ মুখ্য বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।বঙাইগাঁওৰ বন সংৰক্ষক মহম্মদ ছোলমান উদ্দিন চৌধুৰীক গুৱাহাটীত মুখ্য বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।

নগাঁওৰ বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীক বঙাইগাঁওৰ সামাজিক বনানিকৰণৰ নামনি অসম সংমণ্ডলৰ বন সংৰক্ষক হিচাবে পদোন্নতি দিয়া হৈছে।বিটিচিৰ বন বিষয়া অনিন্দ্য স্বৰ্গীয়াৰীক গুৱাহাটীলৈ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিচাবে বদলি কৰা হৈছে।

গুৱাহাটীত কৰ্মৰত এপিচিচিএফ সন্দীপ কুমাৰক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিচাবে নামনি অসম মণ্ডল, গুৱাহাটীলৈ বদলি কৰা হৈছে।

মুখ্য বন সংৰক্ষক অনুৰাগ সিঙক বিটিআৰলৈ বদলি কৰা হৈছে।এপিচিচিএফ এছ পি বশিষ্ঠক সামাজিক বনানিকৰণৰ অতিৰিক্ত পিচিচিএফ হিচাবে বদলি কৰা হৈছে।

বন সংৰক্ষক বংকিম শৰ্মাক তেজপুৰলৈ বদলি কৰা হৈছে। সীমান্ত শাখাৰ বন সংৰক্ষক মজিদুল হুছেইনক গুৱাহাটীৰ চিএফ হিচাবে বদলি কৰা হৈছে।

ডিচিএফ বসন্থন বিক নগাঁও  সংমণ্ডলৰ ডিএফঅ’ হিচাবে বদলি কৰা হৈছে। ৰাজ্যত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব অহা ২ মে’ত।

এনে পৰিস্থিতিত ৰাজ্যত চলি আছে এখন ‘কেয়াৰ টেকাৰ’ চৰকাৰ। এনে এখন চৰকাৰে কিদৰে বন বিভাগৰ বহু বিষয়াক পদোন্নতি অথবা বদলি কৰিব পাৰিলে সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে।

এই ক্ষেত্ৰত একাংশ ক্ষমতাশালী বিষয়াই ক্ষমতাৰ অপ ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd