• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বৰাকৰ কয়লা, ছুপাৰি ছিণ্ডিকেটত জড়িত বনমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2019 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাকৰ কয়লা অৰু ছুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু খোদ মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰে এগৰাকী বিষয়া। এই অভিযোগ এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ।

বুধবাৰে দিচপুৰৰ বিধায়ক আৱাসত হাইলাকাণ্ডিৰ বিধায়কজনে এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ আনে।

Apply Now

উল্লেখযোগ্য যে ৰাজ্যত পাৰ হৈ যোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত নিৰ্বাচনী হিংসা আৰু ভোটকেন্দ্ৰৰ বিধায়কক প্ৰহাৰ কৰাৰ অভিযোগত আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে ৰুজু কৰা উক্ত গোচৰ ভুৱা বুলি অভিযোগ কৰি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত কয়, ‘বজৰং দলৰ প্ৰৰোচনাত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে মোৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰিছে। ভোটগ্ৰহণৰ সময়ত মই নিৰ্বাচনী হিংসা কৰা, ভোটকেন্দ্ৰৰ বিধায়কক প্ৰহাৰ কৰাৰ মিছা অভিযোগ জাপি দিছে।‘

ইয়াৰ আঁৰত বৰাকৰ ছুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ এগৰাকী বিষয়াৰ হাত আছে বুলি তেওঁ দাবী কৰে। ‘বৰাকৰ কয়লা, ছুপাৰি ছিণ্ডিকেটৰ আঁৰৰ ব্যক্তি কাশ্যপ নামৰ মুখ্য মন্ত্ৰীৰ এজন বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশতে মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে’, -তেওঁ কয়।

এই সন্দৰ্ভত তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক লিখিতভাৱে অভিযোগ দিয়া বুলি সদৰী কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ ব্যক্ত কৰে।

আনহাতে ‘বজৰং দলৰ কৰ্মকৰ্তাসকলক হাইলাকান্দিৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ’ দিয়াৰ গুৰুতৰ অভিযোগ আনি তেওঁ লগতে কয়, ‘বজৰং দলে মোৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ব্যাপক অপপ্ৰচাৰ চলোৱাৰ সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতো হাইলাকান্দিৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। ভোটগ্ৰহণৰ দিনাও ২০৫নং বৰিয়াদি পাঠশালা ভোটকেন্দ্ৰত বজৰং দলৰ কৰ্মকৰ্তাই ৰিগিং কৰিবলৈ আহিছিল। ইয়াৰ বাধা দিবৰ বাবেই মই ভোটকেন্দ্ৰটোত সেইদিনা উপস্থিত হৈছিলোঁ।‘

আনহাতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য বৰাকৰ কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত আছে বুলি দাবী কৰি তেওঁ কয়, ‘বৰাকৰ কয়লা ছিণ্ডিকেটৰ সৈতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও জড়িত আছে। বৰাকৰ পৰা কয়লা এতিয়া পৰিমল শুক্লবৈদ্যৰ সমষ্টি হৈ বাংলাদেশলৈ যায়।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd