Home › অসম অসম চৰকাৰত সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য দপ্তৰ কৰ্তন June 18, 2024 3:47 pm · এন ই নাও নিউজ, গুৱাহাটী Updated: June 18, 2024 4:03 pm অসম চৰকাৰত কৰা হৈছে ব্যাপক সালসলনি৷কৰিমগঞ্জ লোকসভা সমষ্টিত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰাৰ পাছতে দপ্তৰসমূহত কৰা হৈছে সলনি৷স্বাস্থ্য বিভাগ কেশৱ মহন্তৰ পৰা কৰ্তন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ কৰা হৈছে৷তদুপৰি কেশৱ মহন্তক আবকাৰী,পৰিবহন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ ‹ যদি ০.০০১% গাফিলতিও হৈছে তাৰ সৈতে মোকাবিলা… সুৰাপান কৰি গাড়ীৰ এচি চলাই শুই গ’ল… › Related News১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেইJuly 10, 2026 8:46 pm · এন ই নাও নিউজ, গুৱাহাটীষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবীJuly 10, 2026 8:05 pm · এন ই নাও নিউজ, গুৱাহাটীভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰJuly 10, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটীধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যুJuly 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণJuly 10, 2026 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী