• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

উজবেকিস্তানত এগৰাকী ২১ বছৰীয়া ভাৰতীয় ছাত্ৰীৰ অস্বাভাৱিক মৃত্যু হৈছে। জানিব পৰা মতে, যুৱতীগৰাকী কেৰালাৰ পৰা তাত পঢ়িবলৈ গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2026 6:10 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজবেকিস্তানত এগৰাকী ২১ বছৰীয়া ভাৰতীয় ছাত্ৰীৰ অস্বাভাৱিক মৃত্যু হৈছে। জানিব পৰা মতে, যুৱতীগৰাকী কেৰালাৰ পৰা তাত পঢ়িবলৈ গৈছিল। অভিযোগ অনুসৰি, তীব্ৰ বাকবিতণ্ডাৰ সময়ত তেওঁৰেই এজন সহপাঠীৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও বহু প্ৰত্যক্ষদৰ্শীৰ দাবী যে অভিযুক্তই তেওঁক ধৰ্মান্তৰিত হ’বলৈ হেঁচা দিছিল।

ঘটনাটো আচলতে কি আছিল সেই বিষয়ে লাহে লাহে পোহৰলৈ আহিছে। মৃত যুৱতীগৰাকীৰ নাম সাভাৰিয়া বসন্ত আৰু অভিযুক্তৰ নাম সাদাৰুল আনম। মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ দাবী অনুসৰি, দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পিছতেই সাদাৰুলে তেওঁক মূৰত লেপটপেৰে আঘাত কৰি হত্যা কৰে। তদন্তকাৰী বিষয়াসকলে প্ৰকাশ কৰা মতে, ঘটনাৰ পূৰ্বে অভিযুক্তই সাভাৰিয়াক ধৰ্মান্তৰিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে জনাইছে। বহুতো লোকৰ চকুৰ আগতেই এই ঘটনা সংঘটিত হৈছিল, কাৰণ সাভাৰিয়ায়ে ধৰ্ম সলনি কৰিবলৈ মান্তি হোৱা নাছিল। তালৈ যোৱা ভাৰতীয় দূতাবাসৰ কৰ্মীসকলকো এই বিষয়ে অৱগত কৰা হৈছে।

Apply Now

হত্যাৰ প্ৰকৃত কাৰণ এতিয়াই সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই যদিও প্ৰাথমিকভাৱে ধৰ্মান্তৰকৰণকেই এই হত্যাকাণ্ডৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে। যুৱতীগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে, যাৰ পৰা নিশ্চিতভাৱে ক’ব পাৰি যে তেওঁ তীব্ৰ নিৰ্যাতনৰ বলি হৈছিল। পৰিয়ালৰ অভিযোগৰ ভিত্তিত বুধবাৰে আৰক্ষীয়ে এক হত্যাৰ গোচৰ ৰুজু কৰিছে। স্থানীয় চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হৈছে। সাভাৰিয়াৰ পৰিয়ালে দাবী জনাইছে যে এই সমগ্ৰ ঘটনাৰ তদন্ত কেৰালাত হ’ব লাগে আৰু অভিযুক্তক উচিত শাস্তি প্ৰদান কৰিবলৈ উজবেকিস্তানৰ পৰা ভাৰতলৈ ঘূৰাই আনিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

October 25, 2026 2:41 pm
ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

October 25, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd