• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুৰাপান কৰি গাড়ীৰ এচি চলাই শুই গ’ল চালক; মৃত্যুক আকোঁৱালি ল’লে যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 5:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰাপান কৰি এচিৰ বতাহত শুবলৈ মন গ’ল চালকৰ। গতিকে মালিকৰ গাড়ীখন ৰাস্তাৰ কাষত ৰখাই থোৱাত ড্ৰাইভাৰজন গাড়ীখনৰ ভিতৰতে শুই পৰিল। কিন্তু ক্ষণিকৰ বিলাসীতাই তেওঁৰ জীৱনৰ চৰম পৰিণতিৰ সৃষ্টি কৰিব বুলি হয়টো কোনোৱে কল্পনাও কৰিব পৰা নাছিল। কিন্তু গাড়ীৰ ভিতৰতে চালকজনে মৃত্যুক সাৱটি লয়।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গাজিয়াবাদৰ প্ৰহ্লাদ গড় অঞ্চলত ট্ৰেফিক চিগনেলৰ কাষত ৰখাই থোৱা এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছে চালকজনৰ মৃতদেহ। ৰাতিপুৱা গাড়ীৰ মালিকে আহি গাড়ীৰ খিৰিকীত কেইবাবাৰো টোকৰ মাৰিলে। কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে তেওঁৰ সন্দেহ হ’ল। ইয়াৰ পাছতে তেওঁ আৰক্ষীক ফোন কৰে। ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ খিৰিকী ভাঙি চালকজনৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰে। যুৱকজনৰ নাম কল্লু ডুবে বুলি জনা যায়।

চালকজনৰ মৃত্যু কেনেকৈ হ’ল?
আৰক্ষীৰ মতে, কল্লুৱে মদ্যপান কৰি গাড়ীত উঠি এচি অন কৰি টোপনি যায়। কিন্তু এচি চলি থকাৰ সময়তে গাড়ীখনৰ পেট্ৰল শেষ হোৱাৰ পাছত গাড়ীখনৰ এচি বন্ধ হৈ যায়। ইয়াৰ পাছতে তেওঁৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। কিন্তু গাড়ীখনত চিএনজিৰ বিকল্প আছিল। আৰক্ষীৰ মতে চালকজন ইমানেই মদ খাইছিল যে এচি বন্ধ হোৱাৰ পাছত গাড়ীৰ খিৰিকীখন উঠি খোলাৰ ক্ষমতাও নাছিল।

Apply Now

গাড়ীৰ মালিকে আৰক্ষীক জনোৱা মতে, তেওঁৰ গাড়ীৰ বুকিং থকাৰ বাবেই তেওঁ পুৱা ৭ বজাৰ পৰা কল্লুক ফোন কৰি আছিল। কিন্তু তেওঁ ফোন ৰিচিভৰ বাবে বুকিং বাতিল কৰিবলগীয়া হ’ল। পাছত তেওঁ নিজৰ গাড়ীখন ঘৰৰ কাষতে থকা সুৰাৰ দোকান এখনৰ সন্মুখত ৰখাই থোৱা দেখিলে।

আৰক্ষীয়ে আহি কল্লুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গাড়ীৰ মালিকে লগতে কয় যে কল্লুৱে যোৱা ৩ বছৰে তেওঁৰ গাড়ীৰ চালক আছিল। তেওঁৰ ৬ বছৰীয়া ল’ৰা এটা আছে যদিও ৮ বছৰ আগতে কল্লুৰ পত্নীৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd