• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

বিহাৰত ৩ হাজাৰতকৈও অধিক শিক্ষকক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁলোকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2026 7:41 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত ৩ হাজাৰতকৈও অধিক শিক্ষকক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁলোকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ২০০৬ চনৰ পৰা ২০১৫ চনৰ ভিতৰত হোৱা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৰাজ্যখনৰ ভিজিলেন্স ব্যুৰোৰ এক সবিশেষ তদন্তৰ অন্তত এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত বিহাৰৰ শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। পশ্চিমবঙ্গৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ পিছত এইবাৰ বিহাৰতো শিক্ষা খণ্ডৰ অনুৰূপ ধৰণৰ ব্যাপক অনিয়মৰ ক‘লা ছবি পোহৰলৈ আহিছে।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সৰ্বমুঠ ৩ হাজাৰ ৩৫ গৰাকী শিক্ষকৰ বিৰুদ্ধে এই ভুৱা প্ৰমাণপত্ৰৰ অভিযোগ অনা হৈছে। ইয়াৰে ভিতৰত ইতিমধ্যে ১৮৩০ গৰাকী শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। উল্লেখ্য যে শিক্ষক নিযুক্তিত অনিয়মৰ অভিযোগ লাভ কৰাৰ পিছত পাটনা উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ ভিজিলেন্স ইনভেষ্টিগেচন ব্যুৰোক নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ৰাজ্যখনৰ সকলো জিলাতে নিযুক্ত শিক্ষকসকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু নিযুক্তি পত্ৰ পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তদন্ত সমাপ্ত হোৱাৰ পিছত ভিজিলেন্স ব্যুৰোৱে শিক্ষা বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষকসকলৰ এখন তালিকা জমা দিয়ে। বিভাগটোৰ তথ্য অনুসৰি, তদন্তত ভুৱা প্ৰমাণপত্ৰ আৰু জাল নথিপত্ৰৰ ভিত্তিত চাকৰি লাভ কৰা বহু ঘটনা ধৰা পৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে সকলো জিলাতে ভিজিলেন্স আৰক্ষী থানা স্থাপন কৰাৰ কথাও ঘোষণা কৰিছে।

Apply Now

শিক্ষা বিভাগৰ তৰফৰ পৰা লোৱা সিদ্ধান্ত অনুসৰি, অভিযুক্ত শিক্ষকসকলে এতিয়ালৈকে লাভ কৰা সকলো দৰমহা ঘূৰাই দিব লাগিব আৰু ইয়াৰ সৈতে সুতো আদায় দিব লাগিব। আনুষ্ঠানিকভাৱে বৰখাস্ত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই এই ধন ঘূৰাই লোৱাৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৰাজ্যখনৰ নিযুক্তি ব্যৱস্থাটো সম্পূৰ্ণ স্বচ্ছ কৰি ৰাখিবলৈ আৰু কেৱল প্ৰকৃত অৰ্হতাসম্পন্ন শিক্ষকসকলেহে যাতে শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰে, তাক নিশ্চিত কৰাৰ বাবেই এই কঠোৰ পদক্ষেপ লোৱা হৈছে। ইতিমধ্যে কিছুসংখ্যক শিক্ষকে নিজে পদত্যাগ কৰা বুলিও জানিব পৰা গৈছে।

বিহাৰত শিক্ষা খণ্ডৰ দুৰ্নীতিৰ ইতিহাসত ইয়াক অন্যতম ডাঙৰ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। কিন্তু ইয়াৰ বাবে এতিয়া বহু প্ৰশ্নৰো সৃষ্টি হৈছে। ২০০৬ চনৰ পৰা ২০১৫ চনৰ ভিতৰত হোৱা নিযুক্তিৰ অনিয়ম যদি এতিয়াহে তদন্ত কৰা হৈছে, তেন্তে ইমান দিনে এই বিষয়টো কিয় পোহৰলৈ অহা নাছিল বুলি প্ৰশ্ন উঠিছে। নিযুক্তিৰ সময়তে প্ৰাৰ্থীসকলৰ নথিপত্ৰ কিয় ভালদৰে পৰীক্ষা কৰা হোৱা নাছিল আৰু এই দীৰ্ঘদিনীয়া পলম তথা ক্ৰুটিৰ বাবে প্ৰকৃততে কোন দায়ী, এতিয়া তাৰেই উত্তৰ বিচাৰি থকা হৈছে।

উল্লেখ্য কৰিব পাৰি যে ইয়াৰ পূৰ্বে ২০২১ চনৰ পৰা পশ্চিমবঙ্গতো শিক্ষক নিযুক্তিৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীক চাকৰি বিক্ৰী কৰাৰ অভিযোগত বহু ৰাজনৈতিক নেতা আৰু মন্ত্ৰী জে‘ললৈ যাবলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শেষত ২০১৬ চনৰ এছএছচিৰ পেনেলত থকা ২৫,৭৫২ গৰাকী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি বাতিল হৈছিল। এতিয়া বিহাৰৰ এই ঘটনাই ৰাজ্যখনৰ দুৰ্নীতিৰ শিপা কিমান দূৰলৈ বিয়পি আছে, সেয়া লক্ষণীয় হ’ব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd