• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ আৱকাৰী বিভাগে উৎপাদন কৰিব হেণ্ড চেনিটাইজাৰ; অসম চৰকাৰৰ ঘোষণা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 6, 2020 9:04 pm
sanitization-500x500
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰততো এই ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।

ভাৰতত এতিয়ালৈ চাৰি সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১২৫ জন মৃত্যুমুখত পৰিছে। অসমত বৰ্তমানলৈ ২৬ জন লোক আক্ৰান্ত হৈছে।

Apply Now

এনে এক পৰিস্থিতিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ লগতে ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ত্ৎপৰ হৈছে ৰাজ্য চৰকাৰ।

ক’ৰ’নাৰ বিৰুদ্ধে এই যুজৰ মূল অস্ত্ৰ হেণ্ড চেনিটাইজাৰ। হেণ্ড চেনিটাইজাৰ অভাৱ দূৰ কৰিবলৈ ৰাজ্যৰ আৱকাৰী বিভাগে ১১টাকৈ সুৰা উৎপাদনকাৰী কোম্পানীক সুৰাৰ পৰিবৰ্তে হেণ্ড চেনিটাইজাৰ উৎপাদনৰ নিৰ্দেশ দিছে।

আৱকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডে জনোৱা অনুসৰি প্ৰায় ৫লাখ লিটাৰ  হেণ্ড চেনিটাইজাৰ উৎপাদন কৰাৰ লক্ষ্য আৱকাৰী বিভাগৰ।

চিকিৎসক, আৰক্ষী, সংবাদকৰ্মী, চাফাই কৰ্মীসকলক বিনামূলীয়া ভাবে দিয়া হ’ব এই হেণ্ড চেনিটাইজাৰ।

চিকিৎসালয়, কোৱাৰেন্টাইন শিবিৰ সমূহতো বিনামূলীয়া হোৱাৰ লগতে সাধাৰণ ৰাইজৰ বাবে বজাৰ মূল্যতকৈ কম দামত বিক্ৰী কৰা হ’ব  হেণ্ড চেনিটাইজাৰ।

আজি কৃষিমন্ত্ৰী অতুল বৰাই সংবাদমেলত সাংবাদিক সমূহৰ লগতে মন্ত্ৰী বৰা, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ মাজত বিনামূলীয়াকৈ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে। অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত প্ৰায় ১২০০ বটল হেণ্ড চেনিটাইজাৰ বিনামূলীয়াকৈ বিতৰণ কৰে । অসমৰ সকলো জিলাতো বিনামূলীয়াকৈ বিতৰণ কৰিছে হেণ্ড চেনিটাইজাৰ।

মহানগৰীৰ জনসাধাৰণে এই হেণ্ড চেনিটাইজাৰ সমূহ পাঞ্জাবাৰী স্থিত বিপনণ ক্ষেত্ৰ আৰু বেলতলা লক্ষ্মী মন্দিৰৰ সমীপৰ জেডিবি চুপাৰ মাৰ্কেটত বজাৰ মূল্যতকৈ কম দামত কিনিব পাৰিব।

হেণ্ড চেনিটাইজাৰ সমূহ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী অনুসৰি প্ৰস্তুত কৰা হৈছে। এই হেণ্ড চেনিটাইজাৰ সমূহ বজাৰত উপলব্ধ চেনিটাইজাৰ সমূহতকৈ উন্নতমানৰ। এই হেণ্ড চেনিটাইজাৰ সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷চকু কান নাক আদিত যাতে স্পৰ্শ নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ  উপৰিও পানী বুলি যাতে গ্ৰহণ নকৰে তাৰ বাবে সুৰক্ষিত ঠাইত ৰাখিব লাগে ৷

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd