• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Assam Govt. Holiday List 2024: প্ৰকাশ পালে ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা; চাই লওক সম্পূৰ্ণ তালিকা

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 3, 2023 2:21 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে। নতুন তালিকাত অহা বৰ্ষটোত কোনটো মাহত কিমান দিন বন্ধ থাকিব তাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। এই বন্ধৰ দিনসমূহত সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, অনুষ্ঠান–প্ৰতিষ্ঠান আদি বন্ধ থাকিব।

২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা –

১৫, ১৬ জানুৱাৰী : মাঘ বিহু, টুছু পূজা
২৩ জানুৱাৰী : বাথৌ পূজা, নেতাজীৰ জন্মদিন
২৬ জানুৱাৰী : গণৰাজ্য দিৱস
৩১ জানুৱাৰী : মে–ডাম–মে–ফী
২৪ ফেব্ৰুৱাৰী : বীৰ চিলাৰায় দিৱস
২৫ মাৰ্চ : দৌল যাত্ৰা
২৯ মাৰ্চ : গুড ফ্ৰাইডে’
১১ এপ্ৰিল : ঈদ–উল–ফিতৰ
১৩, ১৪, ১৫ এপ্ৰিল : ব’হাগ বিহু
২০ এপ্ৰিল : সতী সাধনী দিৱস
১ মে’ : মে’ দিৱস
৮ মে’ : দামোদৰ দেৱৰ তিথি
২৩ মে’ : বুদ্ধ পূৰ্ণিমা
২৪ মে’ : মাধৱদেৱৰ জন্মোৎসৱ
১৭ জুন : ঈদ–উজ্–জোহা
১৫ আগষ্ট : স্বাধীনতা দিৱস
২৩ আগষ্ট : মাধৱদেৱৰ তিৰোভাৱ তিথি
২৬ আগষ্ট : জন্মাষ্টমী
৪ ছেপ্টেম্বৰ : শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
১৪ ছেপ্টেম্বৰ : কৰম পূজা
২ অক্টোবৰ : গান্ধী জয়ন্তী
১০, ১১, ১২ অক্টোবৰ : দুৰ্গা পূজা
১৩ অক্টোবৰ : বিজয়া দশমী, শংকৰদেৱৰ জন্মোৎসৱ
১৭ অক্টোবৰ : কাতি বিহু
৩১ অক্টোবৰ : কালী পূজা আৰু দীপাৱলী
৩ নৱেম্বৰ : ভাতৃ দ্বিতীয়া
৭ নৱেম্বৰ : ষট্ পূজা
১৫ নৱেম্বৰ : গুৰু নানকৰ জন্মদিন
২৪ নৱেম্বৰ : লাচিত দিৱস
২ ডিচেম্বৰ : অসম দিৱস (চ্যুকাফা দিৱস)
২৫ ডিচেম্বৰ : খ্ৰীষ্টমাছ

অৰ্ধছুটী (দিনৰ ১ বজাৰ পৰা)

১৭ জুলাই : মহৰম
১৬ অক্টোবৰ : লক্ষ্মী পূজা

প্ৰতিজন কৰ্মচাৰীয়ে তলত দিয়া তাৰিখত দুটা দিন সীমিত ছুটী (ৰেষ্ট্ৰিক্টেড হলিডে’) ল’ব পাৰে।

১ জানুৱাৰী : নৱবৰ্ষ
১৪ জানুৱাৰী : মাঘ বিহুৰ উৰুকা
১৭ জানুৱাৰী : শিল্পী দিৱস
২৭ জানুৱাৰী : বুছু ডিমা উৎসৱ
১৪ ফেব্ৰুৱাৰী : আলি–আয়ে–লৃগাং
২০ ফেব্ৰুৱাৰী : কাৰ্বি–দেহাল–কাচিৰ–ডম
২৬ ফেব্ৰুৱাৰী : ছবেবৰাত
৮ মাৰ্চ : শিৱৰাত্ৰি
১৮ মাৰ্চ : খ্ৰিং খ্ৰিং বাথৌ পূজা
৩০ মাৰ্চ : ইষ্টাৰ ছেটাৰডে’
৭ এপ্ৰিল : লাইলাতুৰ কদৰ
১৪ এপ্ৰিল : গোপাল দেৱৰ তিথি
১৭ এপ্ৰিল : দেউৰী বিহু
২১ এপ্ৰিল : মহাবীৰ জয়ন্তী
১৬ মে’ : শ্ৰী শ্ৰী কৃষ্ণগুৰুৰ জন্মদিন
২৩ মে’ : বাইখ’ উৎসৱ
৬ জুন : হৰিদেৱৰ তিথি
২০ জুন : বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস
৩০ জুন : হুল দিৱস
১৩ জুলাই : ভানু ভক্ত আচাৰ্যৰ মৃত্যুবাৰ্ষিকী
১৩ আগষ্ট : বীৰ টিকেন্দ্ৰজিতৰ মৃত্যু দিৱস
১৫ ছেপ্টেম্বৰ : ঠাকুৰ অনুকুল চন্দ্ৰৰ জন্মদিন
১৬ ছেপ্টেম্বৰ : ফাতেহা–ই–দোৱাজ–দহম
১ নৱেম্বৰ : কুকি চাভং কূট
৩ নৱেম্বৰ : ভুবনেশ্বৰ সাধু ঠাকুৰৰ আবিৰ্ভাৱ তিথি
২৪ নৱেম্বৰ : গুৰু টেক বাহাদুৰ জীৰ মৃত্যু দিৱস
৫ ডিচেম্বৰ : ছিকুপুই ৰুই (মাৰ জনগোষ্ঠীৰ উৎসৱ)
১০ ডিচেম্বৰ : শ্বহীদ দিৱস
১২ ডিচেম্বৰ :  গান এনগাই (Gaan Ngai)
২৪ ডিচেম্বৰ : প্ৰাক্ বৰদিন

Apply Now
এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd