• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩ মে’লৈ ল’কডাউন অব্যাহত থাকিলেও ২১ এপ্ৰিলৰ পৰা কি কি কৰিব পাৰিব আপুনি?

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
April 19, 2020 5:31 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউন থাকিলেও ৰাজ্যত অহা ২১ এপ্ৰিলৰ পৰা কিছু সংখ্যক কামৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিছে চৰকাৰে।

ইয়াৰ ভিতৰত ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কম্পিউটাৰ, মোবাইল মেকানিকে মানুহৰ ঘৰত গৈ বেয়াহোৱা সামগ্ৰীৰ মেৰামতি কৰিব পাৰিব।

Apply Now

ৰাজ্য চৰকাৰৰ জনসংযোগ সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে এই কথা জনাইছে।

অৱশ্যে গ্ৰাহকৰ পৰা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে জনসংযোগ বিভাগে।

ইয়াৰোপৰি, অন্য কিছুমান কামো জনসাধাৰণে অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ লগত জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব অসমৰ কৃষক ৰাইজে লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

আনহাতে, MNREGA আঁচনিৰ অধীনৰ কামসমূহো অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব যদিও এইক্ষেত্ৰত শ্ৰমিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁলোকেও সামাজিক দূৰত্ব মানি চলি নিজকে কৰ্মত নিয়োগ কৰিব পাৰিব।

তদুপৰি, ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্য্যালয়সমূহ উক্ত দিনাৰ পৰা মুকলি হোৱাৰ লগতে ব্যক্তিগত বা বাণিজ্যিক কাৰ্য্যালয়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব।

এইক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা লক্ষ্য ৰাখি ৫০ শতাংশ বিষয়া কৰ্মচাৰীৰে চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়সমূহ চলাব লাগিব।

পৰিবহনৰ ক্ষেত্ৰত সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব। লগতে কাৰ্য্যালয়লৈ যাবলৈ ব্যৱহৃত সকলো বেচৰকাৰী বাহনকো অনুমতি প্ৰদান কৰা হৈছে।

উদ্যোগ খণ্ডতো চৰকাৰী বা বেচৰকাৰী উদ্যোগত সীমিত সংখ্যক শ্ৰমিক কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।

অৱশ্যে এই সুবিধাসমূহ কনটেইনমেন্ট জ’নৰ বাবে এই সুবিধাসমূহ উপলব্ধ নহ’ব।

Tags: COVID-19
কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd