• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 12:57 pm
Dibrugarh-University-570x320
169
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য জগদীশ মুখীয়ে এখন উচ্চ স্তৰীয় কমিটি গঠন কৰি দিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্ব গঠন কৰি দিয়া এই উচ্চ স্তৰীয় তদন্ত কমিটিখনে বিশ্ববিদ্যালয়খনৰ নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলীয়ে সংঘটিত কৰা বিত্তীয় অনিয়মসমূহ তদন্ত কৰিব।

প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা কমিটিখনৰ অন্যান্য সদস্যকেইজন হৈছে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক এম পি বেজবৰুৱা, মুখ্য গাণনিক বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক বিষয়া(অৱসৰপ্ৰাপ্ত) দিলীপ কুমাৰ দত্ত।

উচ্চ স্তৰীয় তদন্ত কমিটিখনে উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ বিগত পাঁচ বছৰত সংঘটিত সকলোবোৰ বিত্তীয় অনিয়ম তন্ন তন্নকৈ তদন্ত কৰি ৰাজ্যপালৰ হাতত প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে ৰঞ্জিত তানুলীয়ে উপাচাৰ্যৰূপে কাৰ্যভাৰ লোৱা দিন ধৰি যোৱা পাঁচ বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ন সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে তিনিজনীয়া অন্য এখন কমিটিৰ তদন্তৰ ভিত্তিত যোৱা ১১ ফেব্ৰুৱাৰিত ৰাজ্যপালে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে অন্য কেইগৰাকীমান বিষয়াক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰিছিল।

ইফালে দীৰ্ঘদিন ধৰি উচ্চ শিক্ষানুষ্ঠানখনত উপাচাৰ্যই ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিত্তীয় অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, বিষয়া সংস্থা, কৰ্মচাৰী সংস্থা, আছু গোট আদিকে ধৰি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই বিশ্ববিদ্যালয়খনৰ বিত্তীয় অনিয়মৰ তদন্তৰ বাবে ৰাজ্যপালৰ ওচৰ দাবী উত্থাপন কৰি আহিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd