• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন ৰাজ্যপালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 7, 2020 9:40 am

1 min read

sikkimt
3.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে বুদ্ধ পূৰ্ণিমাৰ উপলক্ষে ৰাজ্যৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

শুভেচ্ছা বাণীত ৰাজ্যপাল গৰাকীয়ে কয়, ‘পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ উলপক্ষে সকলো শ্ৰেণী লোকলৈ, বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকললৈ মোৰ উষ্ণ শুভেচ্ছা জ্ঞাপন কৰিছো।’

‘ভগৱান বুদ্ধ আছিল বিশ্বৰ এজন মহান ধৰ্মীয় গুৰু আৰু তেওঁ সাৰ্বজনীন আৰু সদা প্ৰাসঙ্গিক।’ ৰাজ্যপাল গৰাকীয়ে কয়।

বাস্তৱক জাগ্ৰত কৰাৰ লগতে তাৰ অন্তৰ্নিহিত শক্তিক বুজিবলৈ বুদ্ধই মানুহক শিক্ষা দিয়ে বুলিও ৰাজ্যপাল গৰাকীয়ে লগতে কয়।

সমগ্ৰ বিশ্বৰ লগতে দেশতো ক’ৰ’না নৰ সংহাৰ অব্যাহত আছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে ল’কডাউন।

সেয়ে ৰাজ্যপাল মুখীয়ে বৌদ্ধ ধৰ্মাৱলম্বী লোকসলক নিজৰ নিজৰ ঘৰৰ পৰাই প্ৰাথনা কৰিবলৈ আহ্বান জনাইছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd