DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰ টোপ : তৎকালে কাৰ্য্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীলৈ ৩ শতাংশ মৰগীয়া বানচ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 7:45 am
Assam-Secretariat-Janata-Bhavan
362
VIEWS
Share on FacebookShare on Twitter

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিজেপি চৰকাৰখনে ভোটাৰৰ ওপৰত আঁচনি, আধাৰশিলা, নিযুক্তি, সাহায্যৰ বৰষুণ সৃষ্টি কৰা দেখা গৈছে।

আজি বা কাইলৈৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনালৈ চাই বৃহস্পতিবাৰে ৰাতিয়েই চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশমতে, কৰ্মচাৰীসকলৰ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে। ইতিপূৰ্বে ৯ শতাংশ মৰগীয়া বানচ লাভ কৰি থকা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা ১২ শতাংশ হাৰত মৰগীয়া বানচ লাভ কৰিব।

জানিব পৰামতে, চলিত বৰ্ষৰ ১ জানুৱাৰি মাহৰ পৰাই এই বানচ লাভ কৰিব কৰ্মচাৰীসকলে আৰু সেয়া পৰৱৰ্তী মাহৰ দৰমহাৰ সৈতে দিয়া হ’ব।

উল্লেখযোগ্য যে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বাবে উন্নয়নৰ বিভিন্ন কাম স্তব্ধ হৈ আছে যদিও ৰাজ্য চৰকাৰখনে কেৱল ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যেই বিভিন্ন আঁচনি, আধাৰশিলা, সাহায্যৰ পোহাৰ মেলিছে। মন্ত্ৰী, বিধায়ক, বিজেপিৰ নেতাই যোৱা এমাহ সকলো কাম-বন এৰি চাৰিওফালে আধাৰশিলা, আঁচনি, সাহায্য বিতৰণত উবুৰি খাই পৰা দেখা গৈছে।

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd