• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী চিকিৎসালয়ত ৰোগীক খাদ্য যোগান ধৰিবলৈও চৰকাৰৰ হাতত ধনৰ অভাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2019 9:53 am
Nagao Civil Hospital

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭-৮ মাহ ধৰি ৰাজ্যৰ অসামৰিক চৰকাৰী চিকিৎসালয়বোৰে ৰোগীৰ খাদ্যৰ বাবত পাব লগীয়া ধন মুকলি কৰি দিয়া নাই বিত্ত বিভাগে, যাৰ ফলত চিকিৎসালয়বোৰত খাদ্য যোগান ধৰি থকা ঠিকাদাৰী প্ৰতিষ্ঠানবোৰে নিজৰ ধন খৰচ কৰি থাকিব লগীয়া হৈছে।

এই সম্পৰ্কীয় এটা প্ৰতিবেদন প্ৰকাশ কৰিছে দৈনিক জনমভূমি নামৰ কাকতখনে।

Apply Now

প্ৰতিবেদনটোৰ মতে, ২০১৮ চনৰ ডিচেম্বৰৰ পৰাই ৰাজ্যৰ বিভিন্ন জিলাত থকা চৰকাৰী চিকিৎসালয়বোৰে ৰোগীক খাদ্য যোগানৰ বাবদ পাব লগীয়া ধন পোৱা নাই। এই পৰিস্থিতি অব্যাহত থাকিলে অনাগত দিনত চিকিৎসালয়বোৰত খাদ্য যোগান বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য বিভাগৰ নিয়মমতে, চৰকাৰী চিকিৎসালয়বোৰত চিকিৎসাধীন হৈ থকা ৰোগীক দিনে দুবাৰকৈ ভাত দিয়াৰ উপৰি চাহ-বিস্কুট আদি দিয়া হয়। ইয়াৰ বাবদ প্ৰতিজন ৰোগীৰ বিপৰীতে দিনে ৬৯ টকাৰ পৰা ৯০ টকাকৈ খৰচ পৰে।

একোখন চৰকাৰী চিকিৎসালয়ত মাহে তিনি লাখ বা তাতকৈ অধিক টকা খাদ্য যোগানৰ বিল হয়, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সূত্ৰৰ ভিত্তিত প্ৰতিবেদনটোত কোৱা হৈছে।

লগতে পঢ়ক জখলাবন্ধা চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিলে ম্যাদ ওকলা ঔষধ : তীব্ৰ প্ৰতিক্ৰিয়া

এই বিলবোৰ মাহৰ মূৰত সংশ্লিষ্ট চিকিৎসালয়ৰ অধীক্ষক আৰু জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ দ্বাৰা অনুমোদন হয়। তাৰ পিছত স্বাস্থ্যসেৱা সঞ্চালকৰ ওচৰলৈ আহে। উক্ত বিল স্বাস্থ্যসেৱা সঞ্চালকে পুনৰীক্ষণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

প্ৰতিবেদনটোৰ মতে, ৰাজ্যৰ বহুকেইখন জিলাৰ অসামৰিক চিকিৎসালয়ৰ খাদ্য যোগানৰ বিল স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্য্যালয়ে পুনৰীক্ষণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবলৈ প্ৰেৰণ কৰাৰ পিছতো প্ৰায় ৭/৮ মাহ ধৰি এইবোৰ পৰি আছে।

উল্লেখ কৰিব পাৰি যে চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে বিনামূলীয়া ঔষধ প্ৰায় নাপায়েই। সাধাৰণ জ্বৰ, পেটচলা, কাহৰ চিৰাপ আদিৰ দুই-এটা ঔষধৰ বাদে প্ৰায়বোৰ দৰবেই ৰোগীয়ে ব্যক্তিগত ফাৰ্মাচিৰ পৰা কিনিব লগীয়া হয়।

আনহাতে শেহতীয়াকৈ জখলাবন্ধা, বিহালীকে ধৰি একাধিক চৰকাৰী চিকিৎসালয়ত ম্যাদ ওকলা ঔষধ বিতৰণৰ গুৰুতৰ বিসংগতি পোহৰলৈ আহিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd