• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ চনৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; মুঠ চৰকাৰী বন্ধৰ দিন ৩৫টা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2018 8:16 am
Holiday list
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ নিৰ্ধাৰিত চৰকাৰী বন্ধৰ তালিকা চৰকাৰে প্ৰকাশ কৰিছে। যোৱা ১৭ ডিচেম্বৰত কেবিনেট বৈঠকে বন্ধৰ তালিকাত অনুমোদন জনোৱাৰ পিছত ১৮ ডিচেম্বৰত সেই তালিকা প্ৰকাশ কৰিছে চৰকাৰে।

বন্ধৰ তালিকাত ৰাজ্যিক কৰ্মচাৰীয়ে মুঠ কিমান দিন কি কি উৎসৱ-পাৰ্বণৰ বাবে চৰকাৰী বন্ধ পাব, সেই কথা থিৰাং হৈছে।

Apply Now

চৰকাৰী বন্ধৰ তালিকাত আছে মুঠ ৩৫ দিন আৰু ইয়াৰ উপৰি দুটা দিন অৰ্ধছুটী হিচাপে লাভ কৰিব। অৰ্ধছুটীৰ দিন দুটা হ’ল ১০ ছেপ্টেম্বৰ (মহৰম) আৰু ১৩ অক্টোবৰ (লক্ষ্মী পূজা)। আনহাতে এই ৩৫টা দিনৰ উপৰি সংৰক্ষিত বন্ধৰ তালিকাত আছে ২৫টা দিন।

উল্লেখযোগ্য যে কৰ্মচাৰীসকলে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ বন্ধ পায়। গতিকে মুঠ ২৪টা দিন এইদৰেও বন্ধ পায়। এইবোৰৰ লগতে মুঠ দেওবাৰ আছে ৫২টা।

আনহাতে কৰ্মচাৰীসকলে ১২টা দিন নৈমিত্তিক ছুটী ল’ব পাৰিব। আৰ্জিত ছুটী (earned leave) ল’ব পাৰিব ৩০ দিন।  বন্ধৰ সম্পূৰ্ণ তালিকাখনত তলত দিয়া হ’ল-

২০১৯ চনৰ বাবে চৰকাৰী বন্ধৰ তালিকা

  • ১৫, ১৬ জানুৱাৰি           :  মাঘ বিহু, টুছু পূজা
  • ২৩ জানুৱাৰি                 :  নেতাজীৰ জন্মদিন
  • ২৬ জানুৱাৰি                 :  গণৰাজ্য দিৱস
  • ২৯ জানুৱাৰি                 :  গৌথাৰ বাথৌ ছান (বড়োসকলৰ এটা প্ৰধান উৎসৱ)
  • ৩১ জানুৱাৰি                 :  মে-ডাম-মেফি
  • ১৯ ফেব্ৰুৱাৰি              :  বীৰ চিলাৰায় দিৱস
  • ২১ মাৰ্চ                         :  দৌলযাত্ৰা
  • ১৪, ১৫, ১৬ এপ্ৰিল         :  বহাগ বিহু
  • ১৯ এপ্ৰিল                      :  গুড ফ্ৰাইডে’
  • ১ মে’                             : মে’ দিৱস
  • ৫ মে’                            : শ্ৰীদামোদৰদেৱৰ তিথি
  • ১৮ মে’                          : বুদ্ধ পূৰ্ণিমা
  • ১৯ মে’                          : শ্ৰীমাধৱদেৱৰ জন্মোৎসৱ
  • ৫ জুন                           : ঈদ-উল-ফিটৰ
  • ১২ আগষ্ট                      : ঈদ-উজ-জোহা
  • ১৫ আগষ্ট                      : স্বাধীনতা দিৱস
  • ২০ আগষ্ট                      : শ্ৰীমাধৱদেৱৰ তিথি
  • ২৪ আগষ্ট                      : জন্মাষ্টমী
  • ২ ছেপ্টেম্বৰ                   : শ্ৰীমন্ত শংকৰদেৱৰ তিথি
  • ২ অক্টোবৰ                    : গান্ধী জয়ন্তী
  • ৫, ৬, ৭, ৮ অক্টোবৰ      :  দুৰ্গা পূজা
  • ৮ অক্টোবৰ                    : শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
  • ১৮ অক্টোবৰ                  : কাতি বিহু
  • ২৭ অক্টোবৰ                  : কালী পূজা আৰু দীপাৱলী
  • ২ নৱেম্বৰ                       : ষট্‌ পূজা
  • ১২ নৱেম্বৰ                     : গুৰু নানকৰ জন্মদিন
  • ২৪ নৱেম্বৰ                     : লাচিত দিৱস
  • ২ ডিচেম্বৰ                      : অসম দিৱস
  • ২৫ ডিচেম্বৰ                   : খ্ৰীষ্টমাছ
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd