• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৌৰ-চাঞ্চল্য ৫ বছৰীয়া গীতাঞ্জলিক সহায়ৰ বাবে আহিছে বিভিন্নজন; সহায় কৰিব অসম চৰকাৰেও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2020 4:31 pm

1 min read

Geetanjali Boruah

নতুন দৌৰ চাঞ্চল্য গীতাঞ্জলি বৰুৱা। ফটোৰ উৎস : মুখ্য মন্ত্ৰীৰ ফেইচবুক পেইজ।

861
VIEWS
Share on FacebookShare on Twitter

কণমানি দৌৰ-প্ৰতিভা যোৰহাটৰ নাওশলীয়া গ্ৰেজিং গাঁৱৰ গীতাঞ্জলি বৰুৱাক তেওঁৰ প্ৰতিভাৰ উপযুক্ত বিকাশৰ বাবে অসম চৰকাৰে সহায় কৰাৰ সিদ্ধান্ত লৈছে।

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ফেইচবুক টাইমলাইনত কণমানিজনীৰ এখন ফটোৰ সৈতে এই সহায়ৰ কথাৰে এটা পোষ্ট দিয়ে।

“অসমৰ চুকে-কোণে নিহিত হৈ আছে বহু ক্ৰীড়া প্ৰতিভা। যোৰহাটৰ নাওশলীয়া গ্ৰেজিং গাঁৱৰ কণমানি গীতাঞ্জলি বৰুৱাই দৈনিক কেইবা কিমি. দৌৰি নিজৰ উজ্জ্বল প্ৰতিভা দাঙি ধৰিছে। ভৱিষ্যতে এগৰাকী দৌৰবিদ হোৱাৰ সপোন পুহি ৰখা গীতাঞ্জলিক অসম চৰকাৰৰ তৰফৰপৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব। কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।”, মুখ্য মন্ত্ৰীৰ পোষ্টটোৰ বক্তব্য।

উল্লেখযোগ্য যে দুখীয়া পৰিয়ালৰ কণমানিজনীয়ে দৈনিক ১৪-১৫ কিলোমিটাৰকৈ দৌৰাৰ বিষয়ে এটা ইলেকট্ৰনিক সংবাদ প্ৰতিষ্ঠানে পোহৰলৈ আনিছিল।

তাৰ পিছতে ৫ বছৰীয়া এই বিৰল প্ৰতিভাটিক আগুৱাই যোৱাত সহায় কৰিবলৈ বিভিন্নজন আগ বাঢ়ি আহে।

কণমানিজনীৰ ঘৰলৈ গৈ কোনোবাই স্প’ৰ্টছ শ্বু, কোনোবাই ট্ৰেক ছ্যুট, কোনোবাই টকা আদি যেই যিদৰে পাৰে সহায় কৰা দেখা গৈছে।

দিন হাজিৰা কৰা দেউতাকৰ মতে, গীতাঞ্জলিয়ে দীৰ্ঘদিনৰ পৰা পুৱা দৈনিক ১৪-১৫ কিলোমিটাৰকৈ অনায়সে দৌৰি আহিছে। সেই সময়ত তেওঁ গীতাঞ্জলিক সংগ দিয়ে আৰু তাৰ পিছতহে কামলৈ ওলাই যায়।

Recent News

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd