• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিক, দৰিদ্ৰ, নিম্ন মধ্যবিত্ত লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি

অসমৰ বাহিৰত আৱদ্ধ হৈ পৰা লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2020 2:23 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিক, দৰিদ্ৰ, নিম্ন মধ্যবিত্ত লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NHM ৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুকলি কৰে এই হেল্পলাইন নম্বৰটো। হেল্পলাইন নম্বৰটো হ’ল 9615471547। এইটোত MISSED CALL দিলে এটা VOICE MESSAGE আৰু এটা লিংক আহিব।

Apply Now

লিংকত ক্লিক কৰি লোকজনে নিজৰ নাম, ক’ত আৱদ্ধ হৈ আছে আৰু বেংকৰ একাউণ্ট নম্বৰ দি প-পত্ৰ পূৰণ কৰিব লাগিব। তেতিয়া তেওঁলোকৰ একাউন্টত আৰ্থিক সাহায্য আগবঢ়াব অসম চৰকাৰৰ বিত্ত বিভাগে।

যিসকলে কেৱল MISSED CALL হে দিছে ফৰ্ম FILL-UP কৰিব পৰা নাই সেইসকলক সহায় কৰিবৰ বাবে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৪০০ ছাত্ৰ ছাত্ৰীৰ এটা দলে সহায় কৰিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পিৰামল ফাউণ্ডেচনৰ ছাত্ৰ ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে এই কামত নিয়োগ কৰা হৈছে।

আৱদ্ধ থকা শ্ৰমিক, তীৰ্থযাত্ৰা বা অন্য কামত গৈ ঘূৰি আহিব নোৱাৰা দৰিদ্ৰ আৰু নিম্ন মধ্য বিত্তসকলৰ বাবে এই ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে।

ইয়াৰোপৰি বিদেশত হঠাৎ আৱদ্ধ হৈ পৰা সকলৰ বাবে লোৱা অন্য এক পদক্ষেপৰ কথা উল্লেখ কৰি হিমন্তই কয় “বিদেশত গৈ আৱদ্ধ হৈ পৰা ২১ গৰাকী লোকক প্ৰথম কৃষ্টিত ১০০০ ডলাৰ দিছো, দ্বিতীয় কৃষ্টিত ১০০০ ডলাৰ অহা ২৫ এপ্ৰিলত দিয়া হ’ব। যিসকলে এতিয়াও লাভ কৰা নাই তেওঁলোকে বিত্তীয় বিভাগৰ টুইটাৰত টুইট কৰিব লাগিব।”

আনহাতে, অসমৰ বাহিৰত কৰ্কট, বৃক্ক আৰু হৃদ ৰোগৰ চিকিৎসাৰ বাবে গৈ আৱদ্ধ হৈ থকা মুঠ ৯১৯ গৰাকী লোকৰ পৰা ফোন আহিছে। তেওঁলোকৰ ভিতৰত বৰ্তমানলৈকে ২১৩ জনক বিভিন্ন জিলাৰ উপায়ুক্তই চিনাক্ত কৰিছে আৰু ইতিমধ্যে ২৫ হাজাৰ টকাকৈ তেওঁলোকৰ একাউন্টত আজি জমা কৰি দিয়া হৈছে। বাকী সকলৰ verification চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

তাৎপৰ্যপূৰ্ণভাৱে হেল্পলাইন মুকলি কৰাৰ ১০ মিনিট ভিতৰত অসমৰ বাহিৰৰ পৰা ৬ হাজাৰ ফোনকল আহিল।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd