• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বিমান যাত্ৰীসকলৰ বাবে মন্ত্ৰী হিমন্তৰ নতুন কোভিড নীতি ঘোষণা : কি কি আছে নতুন ঘোষণাত?

NE NOW NEWS
গুৱাহাটী , November 19, 2020 7:52 am

2 min read

COVID19-test-750x375
301
VIEWS
Share on FacebookShare on Twitter

অহা সপ্তাহৰ পৰা অসমৰ লগতে উত্তৰ পূৱৰ বিমান যাত্ৰীসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন কোভিড নীতি বলৱৎ হ’ব বুলি ঘোষণা কৰিছে।

অসমৰ বাহিৰৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ অহা বিমান যাত্ৰীসকলৰ বাবে সৰুসজাইস্থিত কোভিড টেষ্টিং কেন্দ্ৰটো বন্ধ কৰা হ’ব।

বুধবাৰে ৰাতি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰী কৰিছে।

বৰ্তমানৰ সৰুসজাই কোভিড টেষ্টিং চেন্টাৰটো বন্ধ কৰি তাৰ পৰিৱৰ্তে অহা সপ্তাহৰ পৰা বিমান যাত্ৰীসকলক বিমানবন্দৰত নিজেই কোভিড টেষ্ট কৰাব লাগিব বুলি কোৱা হৈছে টুইটত।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে অহা সপ্তাহৰ পৰা উত্তৰ পূৱ আৰু অসম ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীসকলে কোভিড টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।

“অহা সপ্তাহ পৰা— ১. গুৱাহাটীলৈ অহা বিমান যাত্ৰীসকলে সৰুসজাই কোভিড টেষ্ট কেন্দ্ৰৰ পৰিৱৰ্তে বিবানবন্দৰত নিজে কোভিড টেষ্ট কৰাব লাগিব।, ২. উত্তৰ পূৱ আৰু অসমৰ ভিতৰত ভ্ৰমণ কৰা বিমান যাত্ৰীসকলে কোভিড টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।” মন্ত্ৰী শৰ্মাই টুইটত এইদৰে কয়।

From next week-
1. #COVID19 test for incoming flight passengers will be done in Guwahati Airport itself instead of Xarusajai.

2. Air passengers travelling within Assam and those travelling between North East States will no longer require mandatory #COVID19 testing

— Himanta Biswa Sarma (@himantabiswa) November 18, 2020

উল্লেখ্য যে বুধবাৰলৈকে অসমত কোভিড আক্ৰান্তৰ সংখ্যা ২,১০,৮৬৫ গৰাকীলৈ বৃদ্ধি পাইছে।

বুধবাৰৰ দিনটোত ২৩,৪৮৪ টা কোভিড টেষ্টৰ ভিতৰত ১৬৯ গৰাকী লোক কোভিডত নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৩ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে। ইয়াৰ লগে লগে ৰাজ্যত কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬৯ জনলৈ বৃদ্ধি পালে।

বৰ্তমান ৩,২৮৫ গৰাকী কোভিড১৯ত আক্ৰান্তই ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd