• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিদ-১৯ পজিটিভ বৃদ্ধি হোৱাৰ ঘটনাত কিয় আচৰিত হোৱা নাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2020 8:51 pm
21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰৰ ৰাতিৰ পৰা আজি পুৱালৈকে মুঠ ২২ জন ৰোগী পজিটিভ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীবাসী ৰাইজ আতংকিত হোৱাটো স্বাভাৱিক।

কিন্তু ইয়াৰ পাছতো আচৰিত হোৱা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Apply Now

বিশেষকৈ আজিৰ দিনটোত ৭ গৰাকী কেন্সাৰ আৰু হৃদ ৰোগী এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত ইয়াক স্বাভাৱিক আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে।

‘আজি ৭ গৰাকী পজিটিভ পোৱাৰ পাছত আমি বহুত বেছি আচৰিত হোৱা নাই, এয়া স্বাভাৱিক কথা। কিয়নো আমি আশা কৰা ধৰণে মুম্বাইৰ পৰা অনা কেন্সাৰ ৰোগীসকলৰ মাজত কিছুসংখ্যক পজিটিভ হ’ব বুলি পূৰ্বতে ভাবিছিলো।‘ কিছু সময় পূৰ্বে অনুষ্ঠিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘আন লোকৰ সৈতে যাতে সংস্পৰ্শলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি হোটেল ৰেডিশ্যন ব্লুত কেন্সাৰ ৰোগীসকলক বিশেষভাৱে সুবিধা প্ৰদান কৰি ৰখা হৈছিল।‘

ইপিনে, মুংৰু চাহানীৰ পাছতে কালিৰ দিনটোত ১৫ গৰাকীকৈ লোক আক্ৰান্ত হোৱাক লৈ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কেতবোৰ তথ্য দাঙি ধৰে।

তেওঁ কয় ‘মুংৰু চাহানীয়ে আমিনগাঁৱৰ আলু গুডামত কাম কৰিছিল। তেওঁৰ জ্বৰ হোৱাৰ পাছত ফাঁচিবজাৰৰ ৰাজকমল হোটেললৈকে ঘূৰি আহিছিল। তেওঁৰ সংস্পৰ্শলৈ অহা আৰু তেওঁক চিকিৎসা কৰা এজন চিকিৎসকসহ মুঠ ৩২ জন ব্যক্তিৰ চেম্পল সংগ্ৰহ কৰা হৈছে। ৩২ জনৰ চেম্পলৰ ভিত্তিত কালি GMCH-ত ১৫ জনক পজিটিভ বুলি গণ্য কৰে।‘

‘এই ৰোগীসকলৰ ভিতৰত এজন ৰোগী বিন্দেশ্বৰী ঠাকুৰ নামৰ কুমাৰপাৰাৰ নাপিতজনে ৰাজকমল হোটেলৰ তলত আহি চুলি কাটে আৰু গধূলি কুমাৰপাৰালৈ উভটি যায়। প্ৰায় ৭০-৮০ জন লোকক তেওঁ চুলি কাটিছিল।‘ এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি, কোভিদ-১৯ পজিটিভ হোৱা  মুকেশ সিং ৰাজকমল হোটেলৰ মেনেজাৰ আছিল আৰু তেওঁৰ ঘৰত ফটাশিল আমাবাৰীৰ জি.এছ কলনীত বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, ‘কৃষ্ণ কুমাৰ গুপ্তা যোৱা ৩ মাৰ্চত ঝাৰখণ্ডৰ পৰা আহিছিল আৰু লকডাউনৰ ফলত যাব নোৱাৰি ৰাজকমল হোটেলত থাকি গৈছিল। প্ৰবীণ কুমাৰ ৰাও গুদামৰ সদস্য নাছিল যদিও তেওঁ ৰাজকমল হোটেলত আছিল।‘

আক্ৰান্ত বিশ্বনাথ শ্বাহাই নিজৰ গাড়ীৰে মুংৰু চাহানীক গাড়ীৰে চিকিৎসালয়লৈ লৈ গৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

‘কালি আক্ৰান্ত হোৱা শংকৰ চাহা সৰু চাহৰ দোকানী আছিল। পানবজাৰ ৰেইলৱে কলনীত থাকে।‘ তেওঁ কয়।

ইয়াৰোপৰি, ১৫ জন লোক পজিটিভ হোৱাৰ পাছত মুঠ ৩৪০ গৰাকী লোকৰ শ্বাব চেম্প’ল সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দি লগতে কয় ‘এই ৩৪০ গৰাকী লোক পোনপটীয়াকৈ বা আওপকীয়াকৈ এই লোকসকলক লগত সংস্পৰ্শলৈ আহিছিল।‘

‘এই লোকসকলৰ মাজত যদি পজিটিভ আহে তেন্তে সেই অঞ্চলটোৰ মোবাইল ট্ৰেকিঙত ধৰা পৰা লোকসকলে সাৱধানতা অৱলম্বন কৰি প্ৰিলিমিনাৰি স্ক্ৰিনিং টেষ্ট কৰিবলগীয়া হ’ব পাৰে। আৰক্ষীক ইতিমধ্যে মোবাইল টাৱাৰৰ ডাটা সংগ্ৰহ কৰিবলৈ কোৱা হৈছে।‘ তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চললৈ যোৱা ৭ দিনৰ ভিতৰত ভ্ৰমণ কৰা লোকসকলৰ যদি কাৰোবাৰ গাৰ বিষ, জ্বৰ, গোন্ধ নোপোৱা, ডায়েৰীয়া হয়, তেন্তে ১০৪ ত ফোন কৰি মোবাইল নম্বৰ, ঠিকনা জনাবলৈ অনুৰোধ জনায়।

ইপিনে, এই ১৫ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱাৰ পাছতে ৰাজকমল হোটেল, পূৱালী পথ, ফটাশিল আমবাৰীৰ জিএছ কলনী, কুমাৰপাৰা আৰু পানবজাৰ ৰেইলৱে কলনী কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয় বুলি তেওঁ কয়।

জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰাত অসুবিধা নকৰাকৈ কোভিদ আক্ৰান্ত ৰোগী চিনাক্ত হোৱা অঞ্চলসমূহ কন্টেইমেন্ট জ’ন কৰা হৈছে বুলি তেওঁ কয়।

কাইলৈৰ পৰা ইমান দিনে কুৱাৰেণ্টাইনত থকা GMCH-ৰ চিকিৎসকলে (যাৰ ৰিজাল্ট নিগেটিভ আহিছে) পুনৰ চিকিৎসা সেৱা আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd