DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অপেক্ষাৰ অন্ত, অৱশেষত মুম্বাইৰ পৰা ‘আহি আছে বাঘ’; উৎফুল্লিত অনুৰাগী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2020 8:32 pm
ফটো ফেচবুকৰ পৰা সংগৃহীত

ফটো ফেচবুকৰ পৰা সংগৃহীত

5.9k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহি আছে অনুৰাগীৰ মাজত ‘বাঘ’ হিচাপে খ্যাত জুবিন গাৰ্গ।

এখন বিশেষ বাছত পত্নী গৰিমা গাৰ্গ আৰু দুজন সহযোগীৰে অসমলৈ আহি আছে জুবিন।

আজি দুপৰীয়া ভাগত তেওঁলোকক লৈ উক্ত বাছখনে যাত্ৰা আৰম্ভ কৰিছে।

এক দীঘলীয়া বিৰতিৰ অন্তত এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে জুবিনৰ অনুৰাগীসকল।

সকলোৱে নিজৰ নিজৰ ফেচবুক আৰু whatsapp ষ্টেটাছ ‘আহি আছে বাঘ’ ‘মৰমৰ জুবিন দা আহি আছে, শুভেচ্ছা থাকিল’, ‘জুবিন দাৰ যাত্ৰা শুভ হওক’ ইত্যাদিৰে উপচাই পেলাইছে।

জানিব পৰা মতে, একে সময়তে অসমৰ মুঠ ১৩২ গৰাকী কেন্সাৰ ৰোগী মুম্বাই চিকিৎসালয় আৰু অসম ভৱনৰ পৰা ৬খন শ্লিপাৰ বাছেৰে গৃহ ৰাজ্যলৈ ৰাওনা হৈছে।

উল্লেখযোগ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত টাউন ক্লাবৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে শাৰীৰিকভাৱে গুৰুতৰভাবে অসুস্থ হৈ পৰিছিল জুবিন।

তাৰ পাছত প্ৰায় ২০ দিন গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ সুস্থ হৈ পোনে পোনে ৰাওনা হৈছিল মুম্বাইলৈ।

কিন্তু দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ২৪ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হোৱাৰ বাবে মুম্বাইতে আবদ্ধ হৈ পৰিছিল জুবিন।

ফলত, দীৰ্ঘদিন কাষৰ পৰা মৰমৰ শিল্পী গৰাকীক চোৱাৰ পৰা বঞ্চিত হৈ আছিল তেওঁৰ লক্ষ লক্ষ অনুৰাগী। সেয়েহে শিল্পীগৰাকীৰ অসমলৈ ৰাওনা হোৱা খবৰে তেওঁলোকক বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd