• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত গৰু মাংস নিষিদ্ধ কৰাৰ দাবী, চৰকাৰে হিন্দুক সুৰক্ষা নিদিলে হ’ব ৰাজ্যজোৰা আন্দোলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2019 5:07 pm
Assam Hindu organisation demands beef ban

হিন্দু সুৰক্ষা সৈন্যৰ সংবাদমেল।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম হিন্দু সুৰক্ষা সেনা নামৰ নতুনকৈ জন্ম লোৱা এটা সংগঠনে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগতে অসমকে ধৰি সমগ্ৰ দেশতে গৰুৰ মাংস নিষিদ্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে সংবাদমেল সম্বোধন কৰি বৰ্তমান সময়ত অসম তথা ভাৰতৰ হিন্দুসকল সুৰক্ষিত নহয় বুলি তেওঁলোকে কয়।
“বৃহত্তৰ হিন্দু সমাজখনৰ সুৰক্ষাই হব সংগঠনৰ মূল উদ্দেশ্য। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ হিন্দুখিনি সুৰক্ষিত নহয়। সেইবাবে কেইটামান বিশেষ দাবী লৈ ওলাই আহিছো,” সংবাদমেলত এইদৰে কয় সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই।

Apply Now

সংবাদমেলত তেওঁ উল্লেখ কৰা দাবীকেইটা হৈছে “ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে । গৰুক ৰাষ্ট্ৰীয় জীৱ হিচাপে ঘোষণা কৰা, গৰুৰ মাংস নিষিদ্ধ কৰিব লাগিব, গৰুক কেৱল খেতিৰ বাবেই কিনা-বেচা কৰিব লাগিব। প্ৰত্যেকজন হিন্দু যুৱক-যুৱতীয়ে কর্মসংস্থাপন পাব লাগিব । এই দাবীসমূহ চৰকাৰৰ লগত আলোচনা কৰি সমাজখন হিন্দুৰ বাবে সুৰক্ষা কৰি হিন্দু ৰাষ্ট্ৰ গঢ়িব চেষ্টা কৰিম।”

আনহাতে, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা আদি ঠাইত সত্ৰ, মন্দিৰৰ ওপৰত মুছলমান লোকৰ বেদখল চলিছে বুলি অভিযোগ তোলে সংগঠনটোৱে। গতিকে চৰকাৰে ইয়াৰ ওপৰত বিহীত ব্যৱস্থা ল’ব লাগে বুলিও সভাপতি কলিতাই দাবী জনায়।

চৰকাৰলৈ সকীয়নি দি সংগঠনটোৰ সভাপতিজনে কয়, “যদি চৰকাৰে সুৰক্ষা দিব নোৱাৰে তেনেহ’লে আন্দোলন কৰিবলৈ বাধ্য হ’ম।”

ইয়াৰোপৰি ইছলামিক ৰাষ্ট্ৰত কংগ্ৰেছৰ বিশেষভাৱে চাপ’ৰ্ট আছে বুলি অভিযোগ কৰাৰ লগতে অখিল গগৈকো ইছলামিক ৰাষ্ট্ৰৰ পৃষ্ঠপোষক বুলি মন্তব্য কৰে।

তেওঁ লাভ জেহাদৰ বিষয়টোৰ সন্দৰ্ভত কয় যে লাভ জেহাদত হিন্দু ধর্মৰ বিভিন্ন কাষ্টৰ ছোৱালীক ভাল পাই বিয়া পাতিলে তেওঁলোকক য়ুথ ফ’ৰামৰ ফালৰ পৰা টকা দিয়া হয়।

তেওঁ আৰু কয় “কেৰালা, তামিলনাডুৰ পাছত এইবাৰ অসমত হৈ আছে এই লাভ জেহাদ। এয়া বন্ধ কৰিব লাগে।”

ৰাম মন্দিৰৰ সন্দৰ্ভত তেওঁ কয় “ৰাম মন্দিৰ হব লাগে কিন্তু বিজেপি চৰকাৰ শাসনত বহাৰ পাছত নিমাত হৈ আছে। ৰাম মন্দিৰৰ ওপৰত উচ্চতম ন্যায়ালয়ে উচিত ৰায় দিলেহে আমি উচ্চতম ন্যায়ালয়ক সন্মান দিম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd