• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০খন পতাকা উত্তোলনেৰে নগাঁৱত অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ

মিণ্টু দাস by মিণ্টু দাস
August 15, 2018 7:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ ঐতিহ্যমণ্ডিত অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে।

বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজিত সোণালী জয়ন্তী সমাৰোহৰ আজি আৰম্ভণি অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ডি চি দাসে।

Apply Now

ইয়াৰ পিছতে সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৪৯ খন পতাকা উত্তোলন কৰে নগাঁৱৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু প্ৰাক্তন কৰ্মচাৰীসকলে।

আনহাতে বিশিষ্ট শিক্ষাবিদ লক্ষীনাৰায়ণ শৰ্মাই অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ ফলক উন্মোচন কৰে মহাবিদ্যালয়ৰ ভূমি দাতা বিশিষ্ট সমাজকৰ্মী প্ৰহ্লাদ মিট্টালে।

ইফালে মহাবিদ্যালয় মূল পথৰ ফলক উন্মোচন কৰে ভূমি দাতা সমাজকৰ্মী দেবেন্দ্ৰ সিং চেহমিয়ে। শ্বহীদ তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক ডঃ দি কে নাথ আৰু ছাত্ৰ একতা সভাৰ বিষয়-ববীয়াসকলে। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় বৰ্ষজোৰা সোণালী জয়ন্তীৰ প্ৰথমখন মুকলি সভা সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ডি চি দাসে।

মুখ্য অতিথি ৰূপে উপস্থিত থাকি প্ৰহ্লাদ মিট্টালে তেখেতৰ ভাষণত কয় য়ে চৰকাৰে হোমিঅ’ চিকিৎসাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগে।

উল্লেখযোগ্য যে সোণালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা নগাঁৱৰ এইখন মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। তাৰোপৰি নাই উপযুক্ত গৱেষণাগাৰ, চেমিনাৰ হল, ছাত্ৰ-ছাত্ৰী সকলৰ বাবে নাই উপযুক্ত ছাত্র বা ছাত্ৰী নিবাস।

তাৰোপৰি শিক্ষাবিদ লক্ষীনাৰায়ণ শৰ্মা, ডাঃ জগমোহন শৰ্মা, ডাঃ চন্দ্ৰকান্ত বৰদলৈ, প্ৰাক্তন ডাঃ অধ্যক্ষ অমৰেন্দ্ৰ কুমাৰ, প্ৰভাকৰ গোস্বামী, সাংবাদিক মুৰুলী বৰুৱাই  মহাবিদ্যালয়খনৰ বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে।

আনহাতে বৰ্ষজোৰা সোণালী জয়ন্তীৰ সমূহ কাৰ্যসূচীত সকলো প্ৰাক্তন ছাত্র-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী তথা ৰাইজৰ সহযোগিতা কামনা কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ছাত্র একতা সভাই।

আজিৰ অনুষ্ঠানটিৰ আঁ‌ত ধৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র তথা চিকিৎসা বিষয়া ডাঃ কিনাৰাম বৰাই।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd