DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চুলাই ট্ৰেজেডি : ৰাজ্যত পুনৰ চাৰিজন লোকৰ মৃত্যু; আৰক্ষী অধীক্ষকক ঘেৰাও স্থানীয় মহিলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2019 7:05 am
চুলাই মদৰ প্ৰতিনিধিত্বমূলক ফটো। উৎস- ইণ্টাৰনেট

চুলাই মদৰ প্ৰতিনিধিত্বমূলক ফটো। উৎস- ইণ্টাৰনেট

147
VIEWS
Share on FacebookShare on Twitter

বিষাক্ত চুলাই সেৱন কৰি ৯ মাৰ্চত পুনৰ নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ ৰাতুল দাস আৰু জিতু দাস নামৰ দুজন লোকৰ মৃত্যুৰ পিছতে গোলাঘাটৰ মিচনপট্টিটো এজন সুৰাপায়ীৰ মৃত্যু হয়। আনহাতে আন দুজনক সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত মহিলাসকলে অঞ্চলটোৰ একাংশ চুলাই তৈয়াৰ কৰা ঘাটিত উপস্থিত হৈ খণ্ডযুদ্ধত লিপ্ত হয়৷ তাৰোপৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক ঘেৰাও কৰি আৰক্ষী আৰু আবকাৰী বিভাগে সুৰা ব্যৱসায়ীৰ লগত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। স্থানীয় মহিলাসকলে আবকাৰী আৰু প্ৰশাসনৰ নিকৃষ্ট ভূমিকাৰ বাবেই গোলাঘাটত এনে দৰে বিষাক্ত চুলাই খাই মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে।

ইফালে শিৱসাগৰ জিলাৰ আমগুৰি ঘোঁৰাচোৱা গাঁৱতো বিষাক্ত সুৰাপান কৰি এজন যুৱকৰ মৃত্যু হয়। মৃত্যুক আঁকোৱালি লোৱা যুৱকজনৰ নাম ৰন্টু চেতিয়া বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ অভিযোগ আমগুৰি আবকাৰী আৰু প্ৰশাসনে চুলাই ভাটী আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে অঞ্চলটোত এনে কাণ্ড সংঘটিত হয়।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd