• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ফেব্ৰুৱাৰিৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2018 3:44 pm

1 min read

599104-hslc-results-2017
933
VIEWS
Share on FacebookShare on Twitter

অহা বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। আজি ছেবাৰ কাৰ্যালয়ত পৰীক্ষা সম্পৰ্কীয় আলোচনাৰ বাবে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে, চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ নোহোৱাৰ বাবে ছেবাই পৰীক্ষাৰ সূচী ঘোষণা কৰিব পৰা নাই।

হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ তৎপৰ হৈ পৰা ছেবাই আজি ইয়াৰ কাৰ্যালয়ত ২৭ খন জিলাৰ বিদ্যালয় পৰিদৰ্শক, ৬৬ গৰাকী পৰ্যবেক্ষকৰ অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে আলোচনাত মিলিত হয়।

উল্লেখযোগ্য যে এইবাৰ ছেবাই প্ৰত্যেকটো পৰীক্ষাকেন্দ্ৰতে চি চি টি ভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে অন্যথা তেনে পৰীক্ষা কেন্দ্ৰ কৰ্তন কৰা হ’ব বুলি সকীয়াই দিছে।

তদুপৰি উত্তৰ বহীত বাৰক’ডৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো ছেবাই কেইবাটাও নতুন তথা গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে।

এইবাৰ মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে কলা চিয়াঁহী ব্যৱহাৰ কৰাৰ লগতে পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত বহী ল’লে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখিব লাগিব। ইয়াৰ উপৰি গণিত আৰি উচ্চ গণিতৰ উত্তৰ বহীত ৰোলিঙৰ ব্যৱস্থা নাথাকিব।

জানিব পৰা মতে মুঠ ৮৫৭ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া এইবাৰৰ মেট্ৰিক পৰীক্ষাত  অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৩ লাখ ৫৩ হাজাৰ।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd